নতুন দিল্লী,3 জানুৱাৰী:ভাৰতৰ ড্ৰাগ কণ্ট্ৰ’ল জেনেৰেল ডাঃ বেণুগোপালজী ছ’মানীয়ে কৰ’ণাৰ প্ৰতিষেধক সম্পৰ্কত দেওবাৰে সংবাদ মাধ্যমক সম্বোধন কৰে ৷ হায়দৰাবাদত অৱস্থিত ভাৰতীয় বায়টেকে প্ৰস্তুত কৰিছে ক’ভাক্সিন নামৰ প্ৰতিষেধকবিধ ৷ ইফালে ছেৰম ইনষ্টিটিউটে প্ৰস্তুত কৰিছে ক’ভাছিল্ড নামৰ আন এবিধ প্ৰতিষেধক ৷ এই দুয়োবিধ প্ৰতিষেধক ব্যৱহাৰৰ ক্ষেত্ৰত অনুমোদন প্ৰদান কৰিছে ডিজিআইয়ে ৷
দেশত ক’ভিড প্ৰতিষেধক ব্যৱহাৰত অনুমোদন ডিজিআইৰ - ক’ভাক্সিন
দেশত কৰ’ণাৰ প্ৰতিষেধক ব্যৱহাৰৰ ক্ষেত্ৰত অনুমোদন ডিজিআইৰ ৷ দেওবাৰে সংবাদমেলযোগে ঘোষণা এই কথা ৷
দেশত ক’ভিড প্ৰতিষেধক ব্যৱহাৰত অনুমোদন ডিজিআইৰ