অসম

assam

By

Published : Apr 20, 2021, 1:27 PM IST

ETV Bharat / bharat

কৰ’ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং

কৰ’ণাত আক্ৰান্ত হৈছে ড'নাৰ মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিং ৷ মঙলবাৰে টুইটযোগে এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

Dr Jitendra Singh tested covid positive
কৰ’ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং

নিউজ ডেস্ক, 20 এপ্ৰিল:ক’ৰণাত আক্ৰান্ত হৈছে ড'নাৰ মন্ত্ৰী তথা বিজেপি অসম প্ৰদেশৰ সহ-নিৰ্বাচন প্ৰভাৰী ডাঃ জিতেন্দ্ৰ সিং ৷ মঙলবাৰে টুইট যোগে এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ৷ কৰ’ণাত আক্ৰান্ত হোৱাৰ পাচতে মন্ত্ৰীগৰাকীয়ে বিগত কেইবাদিনত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক কৰ’ণাৰ পৰীক্ষা কৰাবলৈ আহ্বান জনায় ৷

নিজৰ টুইটত জিতেন্দ্ৰ সিঙে লিখিছে যে, "মোৰ শৰীৰত আজি ক’ভিডৰ অৱস্থিতি ধৰা পৰে ৷ বিগত দিনত কেইটাত মোৰ সংস্পৰ্শলৈ অহা সকলো লোকে নিজৰ পৰীক্ষা কৰাই লওঁক আৰু নিজৰ যতন লওক ৷"

লগতে পঢ়ক :গোৱালপাৰাত পুনৰ ১৯ গৰাকী ক’ৰণাত আক্ৰান্ত

ABOUT THE AUTHOR

...view details