অসম

assam

ETV Bharat / bharat

উন্নত চিকিৎসাৰ বাবে চিকিৎসক সত্যেন্দ্ৰ মিশ্ৰক যশোদা চিকিৎসালয়ত ভৰ্তি

আজি ভূপালৰ পৰা হায়দৰাবাদলৈ এয়াৰ এম্বুলেন্সেৰে লৈ অনা হয় চিকিৎসক সত্যেন্দ্ৰ মিশ্ৰক ৷ মহামাৰী ক'ভিডৰ দ্ধাৰা আক্ৰান্ত হৈ চিকিৎসক গৰাকীৰ বিকল হৈ পৰে হাঁওফাঁও ৷

উন্নত চিকিৎসাৰ বাবে চিকিৎসক সত্যেন্দ্ৰ মিশ্ৰক ভৰ্তি কৰা হ'ব যশোদা চিকিৎসালয়ত
উন্নত চিকিৎসাৰ বাবে চিকিৎসক সত্যেন্দ্ৰ মিশ্ৰক ভৰ্তি কৰা হ'ব যশোদা চিকিৎসালয়ত

By

Published : Apr 19, 2021, 2:26 PM IST

নিউজ ডেস্ক, 19এপ্ৰিল : আজি চিকিৎসক সত্যেন্দ্ৰ মিশ্ৰ চিকিৎসালয়ত ভৰ্তি কৰাৰ উদ্দেশ্যৰে হায়দৰাবাদলৈ লৈ অনা হয় ৷ তেখেতক ভূপালৰ পৰা হায়দৰাবাদলৈ এয়াৰ এম্বুলেন্সেৰে লৈ অনা হয় আৰু ইয়াৰ পাচতে হায়দৰাবাদৰ যশোদা চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি, সত্যেন্দ্ৰ মিশ্ৰাই বুণ্ডেলখান্দত এবছৰৰ ধৰি ক'ভিড ৰোগী সকলক চিকিৎসা প্ৰদান কৰি আহিছে । তেখেতে নিজেও মহামাৰী কৰ'ণা ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু ইয়াৰ পাচতে তেখেতৰ হাঁওফাঁও 80% বিকল হৈ পৰিছিল বুলি চিকিৎসকৰ দ্ধাৰা প্ৰকাশিত হৈছিল ৷ বৰ্তমান তেখেতক উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদৰ যশোদা চিকিৎসালয়লৈ লৈ অনা হয় ৷

অন্য এক খবৰৰ বাবে: গোলাঘাটত পৃথকে-পৃথকে পথ দুৰ্ঘটনাত নিহত দুজন

ABOUT THE AUTHOR

...view details