নেশ্যনেল ডেস্ক,২৭ মাৰ্চ:জম্মু-কাশ্মীৰ জিলাৰ উপায়ুক্ত অনন্তনাগ পীযুষ চিংলাৰ বিশেষ ঘোষণা । সমগ্ৰ জিলাৰে চৰকাৰী কাৰ্যালয়ত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ নিৰ্দেশ উপায়ুক্তগৰাকীৰ । শুকুৰবাৰে দিয়া নিৰ্দেশনা অনুসৰি সকলো জিলা, খণ্ড মুখ্য কাৰ্যালয়, সদৰ, ব্লক পৰ্যায়ৰ সকলো স্থানতে আগন্তুক ১৫ দিনৰ ভিতৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাখিব লাগিব ।
জম্মু-কাশ্মীৰত সকলো চৰকাৰী কাৰ্যালয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ নিৰ্দেশ
জম্মু-কাশ্মীৰৰ চৰকাৰী কাৰ্যালয়ত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ নিৰ্দেশ উপায়ুক্ত অনন্তনাগ পীযুষ চিংলাৰ । নিৰ্দেশনা অনুসৰি সকলো স্থানতে আগন্তুক ১৫ দিনৰ ভিতৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাখিব লাগিব ।
জম্মু-কাশ্মীৰত সকলো চৰকাৰী কাৰ্যালয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ নিৰ্দেশ
জিলা মুৰব্বীসকলক প্ৰতিদিনে এই সম্পৰ্কত তথ্য দাখিল কৰাৰ নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীয়ে । উপায়ুক্ত কাৰ্যালয়ে প্ৰকাশ কৰা বিবৃতি অনুসৰি ৰাষ্ট্ৰীয় পতাকাই ভাৰতৰ জন সাধাৰণক আশা আৰু আকাংক্ষা প্ৰতিফলিত কৰে লগতে ই ৰাষ্ট্ৰৰ গৌৰৱ ।
লগতে পঢ়ক:ঝাৰখণ্ডত জঘন্য ঘটনা