মেষ ৰাশি :দিনটো শুভ ৷ বহু ব্যক্তিৰ সৈতে সংযোগ স্থাপন ৷ পছন্দৰ কাৰ্যই আনন্দ দিব ৷ ভাল বন্ধু লাভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্য্যশীল হয় তেওঁ লাভৱান হ’ব ৷
বৃষ ৰাশি : দিনটো প্ৰায় শুভ ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ পেচাদাৰী কামত অধিক মনোযোগ দিয়ক ৷ লক্ষ্যত সফল ৷ যিজনে ধৈৰ্য্যশীল হয় তেওঁ লাভৱান হ’ব ৷ ব্যৱসায়ত সফল ৷
মিথুন ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ মানসিক অশান্তি হ’ব পাৰে ৷ স্বাস্থ্যৰ যতন লওক ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ সন্তানৰ যতন লওক ৷ সন্ধিয়া আপোনজনৰ সৈতে কটাব ৷
কৰ্কট ৰাশি : দিনটো শুভ ৷ ভ্ৰমণৰ যোগ ৷ দিনটো আনন্দিত হৈ থাকিব ৷ খৰচ বৃদ্ধি ৷
সিংহ ৰাশি : দিনটো শুভ ৷ এলেহুৱা ভাৱ পৰিহাৰ কৰক ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ অৱশ্যে প্ৰেমত শুভ ৷ ভাল বন্ধু লাভ ৷
কন্যা ৰাশি :দিনটো শুভ ৷ সক্ৰিয় অনুভৱ কৰিব ৷ কৰ্ম জীৱনত পদোন্নতি লাভ ৷ কৰ্মত নতুন লক্ষ্য প্ৰাপ্তি ৷ ব্যৱসায়ত মনোযোগ দিয়ক ৷ জীৱনত সফল ৷ প্ৰশংসা লাভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷