অসম

assam

ETV Bharat / bharat

Daily horoscope for 9th October: আজিৰ দিনটোৰ ৰাশিফল - আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)

Daily horoscope for 9th October 2022
আজিৰ দিনটোৰ ৰাশিফল

By

Published : Oct 9, 2022, 5:05 AM IST

মেষ ৰাশি: কাহ,কফ আৰু সাধাৰণ বিষে অসুবিধাত পেলাব ৷ কিছু সময় জিৰণি লওক ৷ ধ্যান কৰক, গান শুনি চিন্তা মুক্ত হওক ৷ ধাৰ লোৱা আৰু দিয়াৰ ক্ষেত্ৰত কিছু সাৱধান হওক ৷

বৃষ ৰাশি:গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ ভাগ্যৱান হ’ব ৷ ব্যৱসায়ত আৰু চাকৰিত পদ্দোন্নতিৰ যোগ আছে ৷ ব্যৱসায়ত প্ৰচুৰ ধন বিনিযোগ কৰিব পাৰে ৷ লাভ হ’ব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

মিথুন ৰাশি: অশেষ কষ্ট কৰিলে সফল হ’ব ৷ চিন্তামুক্ত হ’ব ৷ শান্তিৰে শুব পাৰিব ৷ বন্ধুৰ পৰা উপহাৰ আৰু সহকৰ্মিৰ পৰা সহযোগিতা লাভ কৰিব ৷ শৰীৰ ভালে থাকিব ৷ বৈবাহিক জীৱনত অলপ খোকোজা লাগিব ৷

কৰ্কট ৰাশি: প্ৰাৰ্থনা কৰিব ৷ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰত থাকিব ৷ লাভ বৃদ্ধি ৷ শৰীৰ ভাল হ’ব ৷

সিংহ ৰাশি: কামৰ ওপৰত মনোযোগ দিব ৷ শৰীৰৰ যত্ন ৰাখক ৷ খৰচ বৃদ্ধি ৷ শৰীৰৰ যত্ন লওক আৰু ব্যায়াম কৰক আৰু খাদ্যভ্যাস সলনি কৰক ৷ নেতিবাচক চিন্তাৰ পৰা আঁতৰত থাকক ৷ শান্ত থাকিবলৈ চেষ্টা কৰক ৷ ধ্যান কৰি চিন্তামুক্ত হোৱাৰ চেষ্টা কৰক ৷

কন্যা ৰাশি: জনপ্ৰিয়তা বৃদ্ধি পাব ৷ কষ্টৰ ফল লাভ কৰিব ৷ পৰিয়াল আৰু কামৰ মাজত সম্পৰ্ক ৰক্ষা কৰি চলিব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ গাড়ী কিনাৰ কথা ভাবক ৷ প্ৰিয়জনৰ লগত হোৱা বিবাদ সোনকালে শেষ হ’ব ৷ ব্যৱসায়ত লাভ বৃদ্ধি ৷

তুলা ৰাশি: শুভ দিন ৷ মানসিক অশান্তিত ভূগিব ৷ কৰ্মক্ষেত্ৰত সফল হ’ব ৷ শান্ত থাকিবলৈ চেষ্টা কৰক ৷

বৃশ্চিক ৰাশি: ব্যৱসায়িক ভ্ৰমণ বাতিল কৰক বা সময় পিচুৱাই আবেলি কৰক ৷ ছাত্ৰ ছাত্ৰীসকলৰ সময় ভাল ৷ শিক্ষক, লিখক আদিৰ লাভজনক সময় ৷ ধনাগমনৰ যোগ আছে ৷

ধনু ৰাশি: চকু আৰু কাণ খুলা ৰাখক ৷ মানসিক শান্তি লাভ কৰিব ৷ সামাজিক সন্মান বৃদ্ধি হ’ব ৷ পৰিয়ালৰ লগত ভুল বুজাবুজি হ’ব পাৰে ৷

মকৰ ৰাশি:গ্ৰহৰ প্ৰভাৱত শুভ দিন ৷ ভাতৃ ভগ্নীৰ পৰা সহযোগ লাভ কৰিব ৷ ধনৰ আগমনৰ হ’ব পাৰে ৷ শিক্ষাৰ্থীৰ বাবে ভাল ৷

কুম্ভ ৰাশি:অদৰকাৰি আলোচনাত ভাগ লোৱাৰ পৰা আঁতৰত থাকক ৷ কাজিয়াৰ পৰা আঁতৰত থাকক ৷ পৰিয়ালৰ মাজত কাজিয়া হ’ব পাৰে ৷ দিনটো অলপ চিন্তামুক্ত হ’ব পাৰিব ৷

মীন ৰাশি: এটা ভাগ্যশালি দিন ৷ নতুন ব্যবসায় আৰম্ভ কৰিব পাৰে ৷ শুভ দিন ৷ বন্ধু আৰু পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ ভ্ৰমণত শুভ ৷

ABOUT THE AUTHOR

...view details