মেষ ৰাশি: দিনটো উৎসাহ-উদ্দীপনাৰে আৰম্ভ হ’ব ৷ মানসিক আৰু শাৰীৰিক স্থিতি সবল হ’ব ৷ ঘৰুৱা পৰিৱেশ ভাল হৈ থাকিব ৷ প্ৰিয়জনক লগ কৰিব পাৰে ৷ অৱশ্যে মধ্যাহ্নৰ পিছত আপুনি স্বাস্থ্যত কিছু পৰিৱৰ্তন লক্ষ্য কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে ৷ অধিক ভোজন নকৰিব ৷
বৃষ ৰাশি: বিভ্ৰান্ত মনে কষ্টত পেলাব পাৰে ৷ পানী লগা-কাঁহ-জ্বৰ হ’ব পাৰে ৷ ধৰ্মীয় কামত খৰচ বৃদ্ধি ৷ প্ৰিয়জনৰ পৰা বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে ৷ বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে সাক্ষাৎ হ’ব পাৰে ৷ শাৰীৰিক আৰু মানসিক স্থিতি সবল হ’ব ৷
মিথুন ৰাশি:বন্ধুসকলৰ পৰা উপকৃত হ’ব পাৰে ৷ নতুন ব্যক্তিৰ সৈতে বন্ধুত্ব হোৱাৰ সম্ভাৱনা আছে ৷ আৰ্থিক লাভ বৃদ্ধি ৷ সৰুসুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ চৰকাৰী পোৱাৰ সম্ভাৱনা আছে ৷ ধৰ্মীয় ক্ৰিয়াকলাপত অতিৰিক্তভাৱে যুক্ত হৈ থকাটো ভাল নহ’বও পাৰে ৷ আৰ্থিক লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধানে থাকক ৷
কৰ্কট ৰাশি: পেছা আৰু ব্যক্তিগত বিষয়ৰ গুৰুত্বপূৰ্ণ দিশবোৰ লৈ আলোচনা কৰিব পাৰে ৷ অতিৰিক্ত কামৰ হেঁচাত ভাগৰি যাব পাৰে ৷ সৰুসুৰা ভ্ৰমণ কৰিব পাৰে ৷
সিংহ ৰাশি: দিনটো উদ্বিগ্ন হৈ থাকিব ৷ মানসিক আৰু শাৰীৰিকভাৱে ভাগৰুৱা হৈ থাকিব পাৰে ৷ অনাৱশ্যক কাজিয়া বিবাদ এৰাবলৈ নিজৰ আগ্ৰাসী মনোভাৱক ক্ষান্ত কৰি ৰাখক ৷
কন্যা ৰাশি:অধিবিদ্যাৰ প্ৰতি আকৃষ্ট হোৱাৰ সম্ভাৱনা আছে ৷ কাজিয়া এৰাই চলিবলৈ নিজৰ কথা-বতৰা নিয়ন্ত্ৰণ ৰাখক ৷ স্বাস্থ্য অলপ বেয়া হ’ব পাৰে ৷ সৰুসুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷