অসম

assam

ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

By

Published : Oct 8, 2021, 12:02 AM IST

daily horoscop
দিনটোৰ ৰাশিফল

মেষ ৰাশি :দিনটো শুভ ৷ পৰিয়াল তথা প্ৰেমৰ সৈতে সম্পৰ্ক উন্নত ৷ ব্যৱসায়ত শুভ, লাভাৰ্জন ৷ ভ্ৰমণৰ যোগ ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ প্ৰশংসা লাভ ৷

বৃষ ৰাশি : দিনটো শুভ ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় নকৰিব ৷ খং-ৰাগ পৰিহাৰ কৰক ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মিথুন ৰাশি :মানসিক অশান্তি বৃদ্ধি ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ পেটৰ সমস্যাত ভুগিব পাৰে ৷ স্বাস্থ্যৰ যতন লওক ৷ নতুন ব্যৱসায় নকৰিব ৷

ককৰ্ট ৰাশি :দিনটো কিছু কঠিন হʼব ৷ কিছু মিশ্ৰিত খেলি মেলি হʼব পাৰে ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷

সিংহ ৰাশি : দিনটো শুভ ৷ স্বাস্থ্য উন্নত ৷ ভাগ্য ভাল ৷ পৰিয়ালৰ সৈতে অধিক সময় কটাব ৷ প্ৰেয়সীৰ সৈতে সম্পৰ্ক উন্নত ৷ কলাৰ উচিত ব্যৱহাৰ কৰক ৷

কন্যা ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ পাৰিবাৰিক সমস্যা দূৰ হ’ব ৷ অযথা চিন্তাৰ পৰা দূৰৈত থাকক ৷ প্ৰিয়জনক বা বন্ধুৰ সৈতে ভ্ৰমণলৈ যাব পাৰে, আনন্দিত হ’ব ৷

তুলা ৰাশি :দিনটো শুভ ৷ কলাৰ সঠিক ব্যৱহাৰ কৰক ৷ শিল্পী তথা লেখকৰ বাবে দিনটো অত্যন্ত শুভ ৷ লক্ষ্য সফল ৷ নতুন শিক্ষা অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷

বৃশ্চিক ৰাশি : দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷

ধনু ৰাশি :দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ গ্ৰহৰ স্থান ভাল ৷ ভাগ্য ভাল ৷ কর্ম-ব্যৱসায়ত সফল ৷ পৰিয়াল তথা প্ৰেমৰ সৈতে সম্পর্ক উন্নত ৷

মকৰ ৰাশি : দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হোৱাৰ সম্ভাৱনা ৷ প্ৰশংসা লাভ ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল প্ৰদৰ্শন ৷ প্ৰশংসা লাভ ৷

মীন ৰাশি :অনৈতিক কাৰ্যকলাপৰ পৰা দূৰত থাকক ৷ তথা কওঁতে সাৱধান হওক ৷ স্বাস্থ্যৰ যতন লওক ৷ খৰচ বৃদ্ধি ৷ আৰাধ্য দেৱতাক পূজা কৰক ৷

ABOUT THE AUTHOR

...view details