অসম

assam

Daily Horoscope for 6th September: আজিৰ দিনটোৰ ৰাশিফল

By

Published : Sep 6, 2022, 9:15 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-6th-september-2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: মানসিক স্থিতি আৰু আৰু অলপ অসুস্থতা বাবে হ’ব ৷ কৰ্মক্ষেত্ৰত আৰু ঘৰৰ পৰিৱেশটো অশান্ত হ’ব ৷ ভুল বুজাবুজি হ’ব ৷ খং নিয়ন্ত্ৰণ কৰিব ৷

বৃষ ৰাশি:ধ্যান কৰক আৰু মনক স্থিৰ কৰক৷ দিনৰ শেষ ভাগলৈ ভাগৰি পৰিব ৷ কামৰ হেঁচা বৃদ্ধি ৷ ভ্ৰমণ নকৰিব ৷ এলাহভাৱে আমনি কৰিব ৷ শান্ত হৈ কাম কৰিব৷ খোৱা বোৱাত চকু ৰাখক ৷ নতুন একো আৰম্ভ নকৰিব ৷

মিথুন ৰাশি: গণেশৰ আৰ্শীবাদ লাভ কৰিব ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ মানসিক শান্তি লাভ কৰিব ৷ বন্ধু বা সহকৰ্মীৰ লগত বজাৰ কৰিবলৈ যাব পাৰে ৷ গাড়ী কিনাৰ সুন্দৰ সময় ৷

কৰ্কট ৰাশি: ব্যৱসায়ত সফল হ’ব ৷ সন্মান লাভ ৷ সহকৰ্মীৰ সহযোগিতা লাভ কৰিব ৷ প্ৰিয়জনৰ লগত সময় কটাব পাৰিব ৷

সিংহ ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ শুভ দিন ৷ কিছুমান সৰু কথাই খঙাল কৰি তুলিব ৷ কামত মনোনিৱেশ কৰিব ৷ শৰীৰ ভালে থাকিব ৷ কলা, খেল, ছবি অঁকা আদি কামত মনোযোগ দিব ৷ বন্ধু আৰু পৰিয়ালৰ লগত সম্বন্ধৰ উন্নতি হ’ব ৷

কন্যা ৰাশি: দিনটো বৰ ভালে নাযাব ৷ এলাহ আৰু মনোযোগহীনতাই দিনটো আমনি কৰিব ৷ মনত উদ্দেগ ভাব আহিব ৷ প্ৰিয়জনৰ লগত কাজিয়া আৰু পৰিয়ালৰ পৰা পোৱা অপমানে মনত অশান্তি দিব ৷ সাৱধানে থাকিব ৷ সম্পত্তি বিষয়ৰ কামত বা আইনি কামত বিশেষ সাৱধানতা অৱলম্বন কৰিব ৷

তুলা ৰাশি: ধৰ্মীয় ঠাই পৰিভ্ৰমণ কৰক ৷ ভাল ফলবোৰৰ বাবে ভগবানক ধন্যবাদ দিয়ক ৷ পৰিয়ালৰ লগত সম্বন্ধ ভাল হ’ব ৷ দিনটো আনন্দৰে কটাব ৷ সফল হ’ব ৷

বৃশ্চিক ৰাশি: কথা কওতে সাৱধান হওক ৷ ঘৰুৱা পৰিস্থিতি জটিল হ’ব ৷ পৰিয়ালৰ লগত হঠাৎ কাজিয়াৰ সুত্ৰপাত হ’ব ৷ কথা কওতে সাৱধান ৷ শান্ত হৈ থাকিব ৷ মনলৈ বেয়া ভাব আহিবলৈ নিদিব ৷ ছাত্ৰ-ছাত্ৰীসকলেও পঢ়া বিষয়ত বিশেষ মনোযোগ দিব নোৱাৰিব ৷

ধনু ৰাশি: সৰু তীৰ্থ ভ্ৰমণলৈ যাব পাৰে ৷ কামত সফল হ’ব ৷ শাৰীৰিক আৰু মানসিকভাৱে সবল অনুভৱ কৰিব ৷ আত্মবিশ্বাস বৃদ্ধি হ’ব ৷ পৰিয়ালত আনন্দৰ উৎসৱৰ আয়োজন হ’ব ৷ প্ৰিয়জনক লগ পাব ৷ সামাজিক সন্মান বৃদ্ধি ৷

মকৰ ৰাশি: ধৰ্মীয় কামত বেছি মন দিব৷ খৰচ বৃদ্ধি ৷ আইনি বিষয়ৰ কামত বিশেষ চকু ৰাখিব ৷ দুৰ্ঘটনা আৰু অপাৰেচনৰ পৰা আঁতৰত থাকক ৷

কুম্ভ ৰাশি: সফল দিন ৷ ব্যবসায়ত বহু উন্নতি হ’ব ৷ পুৰণি বন্ধু লগ পাব আৰু নতুন বন্ধু বনাব পাৰিব ৷ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক ৷ নতুন কাম আৰম্ভ কৰাৰ সুন্দৰ সময় ৷ বিবাহৰ বাবে প্ৰস্তাৱ দিব পাৰে ৷

মীন ৰাশি:ব্যৱসায়িক ক্ষেত্ৰত উপযুক্ত দিন ৷ কামত সফল হ’ব ৷ পদ্দোন্নতি হ’ব পাৰে ৷ ঘৰৰ পৰা সৰু ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ ঘৰুৱা পৰিৱশ আনন্দৰ হ’ব ৷ সফলতা অৰ্জন কৰিব ৷

ABOUT THE AUTHOR

...view details