অসম

assam

ETV Bharat / bharat

Daily horoscope for 6th October: আজিৰ দিনটোৰ ৰাশিফল - ETV Bharat Daily horoscope

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)

Daily horoscope for 6th October 2022
আজিৰ দিনটোৰ ৰাশিফল

By

Published : Oct 6, 2022, 5:09 AM IST

মেষ ৰাশি: সুখী আৰু পৰিপুৰ্ণ হৈ থাকিব ৷ ঘৰুৱা পৰিৱেশ আনন্দৰে যাব ৷ গৃহসজ্জা আৰু ঘৰৰ আভ্যন্তৰীণ সালসলনি কৰিব পাৰে ৷ কৰ্মস্থলীত সফল হ’ব ৷

বৃষ ৰাশি: ব্যৱসায়ৰ বাবে পৰিকল্পনা কৰিব পাৰে ৷ ভ্ৰমণত শুভ ৷ কৰ্মস্থলীত জ্যেষ্ঠজনৰ পৰা প্ৰসংশা লাভ কৰিব; পদোন্নতি লাভ ৷

মিথুন ৰাশি: শুভ দিন ৷ নেতিবাচক চিন্তাধাৰা এৰাই চলক, নহ’লে নিৰাশ হ’ব ৷ অনৈতিক কামে বিপদত পেলাব পাৰে ৷ ব্যৱসায় উন্নত হ’ব ৷ জ্যেষ্ঠকৰ্মীৰ লগত বিবাদ নকৰিব ৷ শিল্প আৰু সাহিত্যৰ প্ৰতি প্ৰেম হ’ব ৷

কৰ্কট ৰাশি: আৱেগিক হৈ পৰিব ৷ বন্ধুবৰ্গৰ লগত সময় কটাওক ৷ দিনটো আনন্দৰে কটাওক ৷ ক্ৰোধক নিয়ন্ত্ৰণ কৰি ৰাখক ৷ নতুন কাম আৰম্ভ নকৰিব ৷ দুৰ্ঘটনা হ’ব পাৰে ৷ সাৱধানে গাড়ী চলাওক ৷

সিংহ ৰাশি: ব্যৱসায় বৃদ্ধি হ’ব ৷ লাভ বৃদ্ধি ৷ ভ্ৰমণত শুভ ৷ দিনটো আনন্দৰে পাৰ কৰক ৷

কন্যা ৰাশি: উৎসাহিত হ’ব ৷ কলাৰ প্ৰতি প্ৰেম হ’ব ৷ ব্যৱসায়ী আৰু পেচাদাৰীসকলৰ বাবে দিনটো ফলদায়ক হ’ব ৷ শুভ দিন ৷

তুলা ৰাশি:পৰিয়ালৰ লগত সৰু সৰু বিবাদ হ’ব পাৰে ৷ মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক ৷ সম্পত্তি বা মাটি আদিৰ দৰে আইনী বিষয়ত লেনদেন কৰোতে লক্ষ্য ৰাখিব আৰু সতৰ্ক হৈ চলক ৷

বৃশ্চিক ৰাশি: সম্পত্তি সম্বন্ধীয় বিষয় সমাধান কৰিব পাৰিব ৷ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক ভাল হ’ব ৷ দিনটো বিৰক্তিকৰ হ’ব ৷ পৰিয়ালৰ লোকৰ মাজত ব্যৱধান বৃদ্ধি পাব ৷ ব্যয় হ’ব ৷

ধনু ৰাশি: খং আৰু কথা কোৱাক নিয়ন্ত্ৰণ কৰিব ৷ ধৰ্মীয় কাৰ্যত লিপ্ত হ’ব ৷ নিজকে শান্ত কৰিবৰ বাবে ধ্যান সাধনা কৰক ৷ শিক্ষাৰ্থীসকলৰ একাগ্ৰতা আৰু মনোযোগ বৃদ্ধি কৰিবৰ বাবে যত্ন কৰিব লাগিব ৷

মকৰ ৰাশি: নতুন কাম আৰম্ভ কৰিবৰ বাবে এটা উপযুক্ত দিন ৷ দিনটো চিন্তা আৰু চাপৰে পাৰ হ’ব ৷ ধ্যান সাধনা কৰক ৷ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসুবিধা হ’ব ৷

কুম্ভ ৰাশি: ধৰ্মীয় কামকাজত নিজকে ব্যস্ত ৰাখিব ৷ ব্যয় বৃদ্ধি ৷ আইনী বিষয়বস্তু নিস্পত্তি হোৱাৰ সম্ভাৱনা আছে ৷ সকলো কামতে সফলতা লাভ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷

মীন ৰাশি: আৰ্থিক লাভ হ’ব ৷ কামত অগ্ৰগতি লাভ কৰিব ৷ ঘৰুৱা পৰিৱেশ শান্ত আৰু উৎসাহজনক হৈ থাকিব ৷ বন্ধুবৰ্গৰ লগত ফুৰিবলৈ যাওক ৷ অত্যাধিক ব্যয়ৰ সম্ভাৱনা আছে ৷

ABOUT THE AUTHOR

...view details