অসম

assam

ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল

By

Published : Nov 6, 2021, 12:11 AM IST

মেষ ৰাশি : কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ ৷ ব্যৱসায় বৃদ্ধি, লাভাৰ্জন ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ খৰচ বৃদ্ধি ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈতে দিনটো আনন্দময় হʼব ৷

বৃষ ৰাশি :আজি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ বন্ধু-বৰ্গৰ সৈতে পাৰ্টি হ’ব পাৰে ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ সৈতে নিশাৰ আহাৰ ভাল হʼব ৷

মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ স্বাস্থ্যৰ যতন লওক ৷ শান্ত হৈ কর্ম কৰক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷ দিনটো নাৰীৰ ভাগ্য ভাল হʼব ৷ প্ৰশংসা লাভ ৷ ব্যৱসায়ত সফল, লাভাৰ্জন ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ নতুন বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ'ব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

সিংহ ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ লওক ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ কৰ্ম জীৱনত পদোন্নতি লাভ ৷ আয় বৃদ্ধি ৷

কন্যা ৰাশি : দিনটো শুভ ৷ নতুনকৈ ব্যৱসায় কৰিব পাৰে ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ প্ৰেমত শুভ ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ গা ধোৱাৰ আগত মালিচ ল’ব পাৰে ৷ নিজকে অধিক সক্ৰিয় অনুভৱ কৰিব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷

তুলা ৰাশি :দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ যদিও ব্যস্ত কাৰ্যসূচীৰ মাজেৰে সময় উলিয়াই প্ৰেমত মনোযোগ দিব ৷ স্বাস্থ্য উন্নত ৷

বৃশ্চিক ৰাশি :দিনটো শুভ ৷ ভাগ্য ভাল ৷ প্ৰিয়জন আৰু বন্ধুৰ সৈতে সম্পৰ্ক উন্নত ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত ৷ ঘৰুৱা পৰিৱেশ উন্নত ৷ প্ৰিয়জনৰ লগত ৰোমান্তিক ভ্ৰমণলৈ যাব পাৰে ৷

ধনু ৰাশি : দিনটো শুভ ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সৰু ভ্ৰমণলৈ যাব পাৰে ৷ পৰিয়ালৰ সৈতে নিশাৰ খানা ভাল হʼব ৷ দিনটো আনন্দময় হʼব ৷

মকৰ ৰাশি : সামাজিক কাম, উদাৰতা আৰু উন্নয়নমূলক কামে আপোনাক উজ্বলাই তুলিব ৷ দিনটো আপোনাৰ বাবে লাভজনক হ’ব ৷ বন্ধু আৰু সম্পৰ্কীয় কোনো লোকৰ সৈতে হঠাৎ সাক্ষাৎ হ’ব পাৰে ৷ বিবাহৰ যোগ ৷ বিবাহ প্ৰাৰ্থীসকলে বিশেষজনক লগ পাব পৰে ৷ ঘৰত পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত হ’ব পাৰে ৷ বাহন কিনিব পাৰে ৷ ভাল যোগ ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ সময়ৰ কাম সময়ত শেষ কৰিব পাৰিব ৷ ঘৰুৱা পৰিৱেশ উন্নত ৷ ব্যৱসায়ী তথা চাকৰিয়াল সকলে হঠাৎ ডাঙৰ উপহাৰ পাব পাৰে ৷ সহযোগী সকলৰ পৰা লাভাম্বিত হ’ব ৷ প্ৰশংসা লাভ ৷ স্বাস্থ্য উন্নত ৷

মীন ৰাশি : দিনটো কিছু খেলি-মেলি হ’ব পাৰে ৷ মানসিক অশান্তি হ’ব পাৰে ৷ স্বাস্থ্যৰ যতন লওক ৷

ABOUT THE AUTHOR

...view details