মেষ ৰাশি : নতুন ব্যৱসায়ৰ প্ৰতি হাবিয়াস ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ মন্দিৰলৈ যাব পাৰে ৷ আপোনজনৰ সৈতে মতানৈক্য হ’ব পাৰে ৷ প্ৰেমৰ সম্পৰ্কত মনোযোগ দিয়ক ৷
বৃষ ৰাশি : কৰ্মত মনোযোগ দিয়ক ৷ লক্ষ্যত সফল ৷ ব্যৱসায়ত লাভাৰ্জন ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ খৰচ বৃদ্ধি ৷ বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷ খৰচ বৃদ্ধি ৷
মিথুন ৰাশি :কৰ্মব্যস্ততা বৃদ্ধি ৷ ব্যৱসায়ত মনোযোগ দিয়ক ৷ লক্ষ্যত সফল ৷ প্ৰশংসা লাভ ৷ পৰচৰ্চাৰ পৰা বিৰত থাকক ৷
কৰ্কট ৰাশি : পুৰণি বন্ধু তথা পুৰণি প্ৰেমৰ সৈতে সাক্ষাৎ হ’ব পাৰে ৷ কৰ্ম ব্যৱসায়ত সফল ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ বিপদ বিঘিনি নাশ হ’ব ৷
সিংহ ৰাশি :দিনটো কিছু কঠিন হ’ব ৷ খৰচ বৃদ্ধি ৷ পৰিয়ালৰ সৈতে মতানৈক্য হ’ব পাৰে ৷ শিক্ষাৰ্থীসকলৰ বাবেও সময়চোৱা অতি কঠিন ৷ অধ্যয়নত মনোযোগ দিয়ক ৷ কৰ্মস্থলীত শান্ত হৈ থাকক ৷ স্বাস্থ্যৰ যতন লওক ৷
কন্যা ৰাশি :দিনটো প্ৰায় শুভ ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ ব্যৱসায় কৰিলে লাভৱান হোৱাৰ সম্ভাৱনা প্ৰকট ৷