মেষ ৰাশি : সৌন্দৰ্যৰ চৰ্চাত মনোযোগ দিয়ক ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ সৈতে নিশাৰ খানা ভাল হʼব ৷ দিনটো আনন্দময় হʼব ৷ ড্ৰাইভ আনন্দৰে আৰু সুস্থিৰে কৰিব ৷
বৃষ ৰাশি :দিনটো প্ৰায় শুভ ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ কৰক ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
মিথুন ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱা ভাল হʼব ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
কৰ্কট ৰাশি :দিনটো কিছু কঠিন হʼব ৷ কিছু খেলিমেলি হʼব পাৰে ৷ এলাহ ভাব পৰিহাৰ কৰক ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
সিংহ ৰাশি : পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব ৷ আয় বৃদ্ধি ৷
কন্যা ৰাশি : দিনটো প্ৰায় শুভ ৷ লক্ষ্যত প্ৰায় সফল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ ন কৈ কৰ্ম আৰম্ভ কৰিব পাৰে ৷ প্ৰশংসা লাভ ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ প্ৰেমত শুভ ৷