অসম

assam

Daily Horoscope for 4th September: আজিৰ দিনটোৰ ৰাশিফল

By

Published : Sep 4, 2022, 5:06 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-4th-september-2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব ৷ সকলো ফালৰ পৰা সন্মুখিন হ’ব ৷ ভ্ৰমণ পৰিহাৰ কৰক ৷

বৃষ ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ পৰিয়াল আৰু প্ৰিয়জনৰ লগত সুখী অনুভৱ কৰিব ৷ সৰু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ লক্ষ্মী দেৱীৰ কৃপাদৃষ্টি লাভ কৰিব ৷

মিথুন ৰাশি: ভাগ্য ভাল ৷ ঘৰত শান্তি বিৰাজ কৰিব ৷ ধনৰ আগমন হ’ব ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ শৰীৰ ভালে থাকিব ৷ কথা কওঁতে অলপ সাৱধান হওক ৷

কৰ্কট ৰাশি: শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিব ৷ হজমী শক্তি হ্ৰাস হ’ব ৷ মানসিকভাৱে কিছু অশান্তি পাব ৷ খৰচ বাঢ়িব আৰু তৰ্কত লিপ্ত হলে খঙৰ পৰিমান বাঢ়িব ৷ ভ্ৰমণৰ পৰা আঁতৰত থাকক ৷

সিংহ ৰাশি: শাৰীৰিক আৰু মানসিক অসুস্থতা অনুভৱ কৰিব ৷ প্ৰিয়জনৰ লগত মতবিৰোধ হ’ব পাৰে ৷ যি আপোনাক মানসিক অশান্তি দিব ৷ মাতৃৰ লগত কাজিয়া হ’ব পাৰে ৷ চৰকাৰী কাৰ্যালয়ৰ কামত অধিক সাৱধান হ’ব ৷ কগজত চহি কৰা আগতে পঢ়ি চোৱা অতি দৰকাৰ ৷

কন্যা ৰাশি: কামৰ মূল্য নিৰ্ধাৰণৰ আগতে কাম হাতত নল’ব ৷ পৰিয়ালৰ সদস্য আৰু বন্ধুক লগ কৰিব পাৰে ৷ সফল হ’ব ৷ সামাজিক আৰু আৰ্থিক দিশত সুফল পাব ৷

তুলা ৰাশি: সিদ্ধান্ত গ্ৰহণত অলপ অসুবিধা হ’ব পাৰে ৷ মানসিক কাৰণত কিছুমান কামত দেৰি হ’ব ৷ নতুন কাম হাতত নোলোৱাই ভাল ৷ প্ৰিয়জনে কিবা দোষ কৰিলেও তেওঁৰ লগত তৰ্ক নকৰিব ৷ চিন্তামুক্ত হ’ব ৷

বৃশ্চিক ৰাশি: শুভ দিন ৷ প্ৰিয়জনৰ লগত ভালকৈ সময় কটাব ৷ দিনটো আনন্দৰে কটাব ৷

ধনু ৰাশি:পৰিয়ালৰ সদস্যসকলৰ লগত তৰ্ক বিতৰ্ক হ’ব পাৰে ৷ প্ৰিয়জনৰ ওপৰত বা আন কৰোবাৰ ওপৰত খঙ নকৰিব ৷ গাড়ী সাৱধানে চলাব ৷ ভ্ৰমণৰ সিদ্ধান্ত বাতিল কৰক ৷

মকৰ ৰাশি: সফল হ’ব ৷ বন্ধু আৰু প্ৰিয়জনক লগ পাব ৷ ব্যবসায়ীসকলৰ বাবে সুন্দৰ দিন ৷ সুন্দৰ ঠাইলৈ ফুৰিবলৈ যাব পাৰে ৷

কুম্ভ ৰাশি: সৌভাগ্যশালি দিন ৷ আত্মবিশ্বাসী হ’ব ৷ পদোন্নতি হ’ব ৷ পৰিয়ালৰ অগ্ৰজ সকলৰ পৰা আৰ্শীবাদ আৰু সকলোৰে সহযোগিতা লাভ কৰিব ৷

মীন ৰাশি: এলাহ আৰু অবিবেচক অৱস্থাই গা কৰি উঠিব ৷ যাৰ ফলত মন বেয়া হৈ থাকিব ৷ কোনো কথা আলোচনা কৰোতে সাৱধান হ’ব ৷ কোনো বিশেষ সিদ্ধান্ত গ্ৰহণ নকৰাই ভাল ৷

ABOUT THE AUTHOR

...view details