মেষ ৰাশি : ভাল সুযোগ লাভ ৷ ভাগ্য উদয় ৷ ধন-সম্পত্তি লাভ ৷ ব্যৱসায়ত সফলতা ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ সফলতা অৰ্জন ৷
বৃষ ৰাশি : সন্তানৰ শুভ ৷ কৰ্ম জীৱনত পদোন্নতি ৷ ধন লাভ ৷ সতৰ্কতা অৱলম্বন কৰা উচিত৷
মিথুন ৰাশি :প্ৰেমাভিনয় কৰিলে বিপদত পৰিব পাৰে ৷ খং-ৰাগৰ বাবে আপোনাৰ সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ প্ৰেমৰ সম্পৰ্কত মনোযোগ দিয়ক ৷ সন্তানক উচিত শিক্ষা দিয়ক ৷ ভ্ৰমণৰ যোগ৷ বন্ধু-বৰ্গৰ সৈতে সময় কটাব ৷
কৰ্কট ৰাশি :ওচৰ চুবুৰীয়াৰ পৰা প্ৰশংসা লাভ ৷ ধন লাভ ৷ সঠিক সিদ্ধান্ত গ্ৰহণ নকৰিলে বিপদত পৰিব পাৰে ৷ প্ৰিয়জনৰ সৈতে সময় কটাব ৷
সিংহ ৰাশি : শুভ দিন ৷ ভাগ্য উদয় ৷ ধন-সম্পত্তি লাভ৷ ধন সঞ্চয় কৰিলে লাভৱান হ'ব ৷ সৌন্দৰ্য্যতাত মনোযোগ দিব ৷ খৰচ বৃদ্ধি হ'ব পাৰে ৷
কন্যা ৰাশি : খৰচ বৃদ্ধি ৷ ধন সঞ্চয় কৰক ৷ ভাগ্য উদয় ৷ ব্যৱসায়ত উন্নতি ৷
তুলা ৰাশি :নাৰীৰ বাবে সৌভাগ্যৰ দিন ৷ চৰকাৰী নথি-পত্ৰত চহী কৰোতে সাৱধানতা অৱলম্বন কৰিব ৷ এলেহুৱা অনুভৱ কৰিব পাৰে৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ চিন্তাধাৰাবোৰে দিশ লাভ কৰিব ৷ প্ৰশংসা লাভ |
বৃশ্চিক ৰাশি :ভাগৰুৱা অনুভৱ ৷ ব্যৱসায়ত মনোযোগ দিয়ক ৷ কর্মব্যস্ততাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ শুভ দিন ৷
ধনু ৰাশি : প্ৰেমত শুভ ৷ নিজেই নিজক গুৰুত্ব প্ৰদান কৰিব ৷ শুভ দিন ৷ সুনাম অৰ্জন ৷
মকৰ ৰাশি :খং-ৰাগৰ বাবে কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ সুফল লাভ৷ ধৈৰ্য্যশীল হ'লে লাভৱান হ’ব | কৰ্মজীৱনত বিফলতা ৷ কৰ্মত মনোযোগ দিব ৷
কুম্ভ ৰাশি : কৰ্মজীৱনত মানসিক চিন্তা ৷ শুভবাৰ্তা লাভ কৰিব ৷ সফলতা অৰ্জন ৷ কৰ্মত মনোযোগ দিলে সফলতা লাভ ৷
মীন ৰাশি : সক্ৰিয় দিন ৷ আনন্দময় লাভ ৷ ঈশ্বৰৰ কৃপা লাভ ৷ ভাগ্যৰ উদয় | ব্যৱসায় কর্মত সফলতা ৷ দিনটো পৰিয়ালৰ সৈতে কটাব ৷ প্ৰেমত শুভ ৷ শুভ দিন ৷ প্ৰিয়জনৰ সৈতে সময় কটাব ৷