অসম

assam

ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল

By

Published : Nov 3, 2021, 6:02 AM IST

মেষ ৰাশি :দিনটো মধ্যমীয়া ৷ কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ বন্ধুৰ সৈতে পাৰ্টি হʼব পাৰে ৷ খৰচ বৃদ্ধি ৷ জীৱন যাপন কৰা প্ৰণালীক সৰল কৰিব ৷ প্ৰেমত শুভ ৷

বৃষ ৰাশি : দিনটো মধ্যমীয়া ৷ আপুনাৰ মিঠা মাত আৰু ব্যৱহাৰৰ বাবে কাষৰীয়া সকলক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব ৷ হ’বলগীয়া ব্যৱসায় সংক্ৰান্তীয় মিটিং বা চাকৰিৰ বাবে পৰীক্ষা আদিত সফল হ’ব ৷ আপুনি বিচৰা মানুহৰ লগত মিত্ৰতা সুদৃঢ় হ’ব ৷

মিথুন ৰাশি :কিছু সতৰ্ক হৈ থাকক ৷ মানসিক অশান্তি হ’ব পাৰে ৷ যিকোনো সিদ্ধান্ত লওঁতে সাৱধান হওক ৷ ভ্ৰমণ বাতিল কৰক ৷ পানীৰ পৰা আঁতৰি থাকক ৷

কৰ্কট ৰাশি : কৰ্মস্থলীত হেঁচাৰ সন্মুখীন হ’ব পাৰে ৷ পৰিশ্ৰম কৰক, সফল হ’ব ৷ খৰচ বৃদ্ধি ৷

সিংহ ৰাশি : দিনটো কঠিন দিন হʼব ৷ কিছু খেলিমেলি হʼব পাৰে ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ সতৰ্কতা অৱলম্বন কৰা উচিত৷ কৰ্মত অধিক ব্যস্ত হʼব পাৰে ৷

কন্যা ৰাশি :দিনটো শুভ ৷ জ্যেষ্ঠজনৰ পৰামর্শ গ্ৰহণ কৰক ৷ নিজ কর্মত মনোযোগ দিয়ক ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল ৷ প্ৰেমত শুভ ৷

তুলা ৰাশি : পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ সন্ধিয়ালৈ মনৰ আশা পূৰণ হ’ব ৷ ভ্ৰমণৰ যোগ আছে ৷ আজি কোনো লাভ বা ক্ষতি নাই ৷

বৃশ্চিক ৰাশি :শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন ৷ অধ্যয়নৰ কাৰ্যভাৰ বৃদ্ধি হʼব ৷ কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ সফল হʼব ৷ জ্যেষ্ঠৰ জনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷

ধনু ৰাশি : ব্যৱসায়ী সকলৰ বাবে শুভ দিন ৷ নতুন গ্ৰাহক লাভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয়, তেওঁ লাভৱান হ’ব ৷ খং-ৰাগৰ প্ৰভাৱ কৰ্ম জীৱনত পৰিব পাৰে ৷ শান্ত হৈ কৰ্ম কৰক ৷

মকৰ ৰাশি : ব্যক্তিগত জীৱনত কিছু খেলিমেলি হʼব পাৰে ৷ খং-ৰাগৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ শান্ত হৈ কৰ্ম কৰক ৷ প্ৰেমৰ সম্পর্কই ব্যক্তিগত জীৱনত ক্ৰিয়া কৰিব ৷ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালৰ ভালদৰে যত্ন লওক ৷ প্ৰশংসা লাভ ৷ আবেলি কৰ্ম জীৱন ভাল বন্ধু লাভ ৷

কুম্ভ ৰাশি : খং-ৰাগক নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ শান্ত হৈ কর্ম কৰক ৷

মীন ৰাশি :কাৰ্য-কর্মৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ দিনটো কিছু খেলিমেলি হ’ব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুনকৈ কৰ্ম কৰিব পাৰে ৷ প্ৰশংসা লাভ ৷

ABOUT THE AUTHOR

...view details