মেষ ৰাশি: সিদ্ধান্ত লওঁতে খেলিমেলি হʼব পাৰে ৷ খং-ৰাগে কৰ্ম জীৱনত প্ৰভাৱ পেলাব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰত থাকিব ৷ সফল হʼব ৷
বৃষ ৰাশি: খং-ৰাগে কৰ্ম জীৱনত প্ৰভাৱ পেলাব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰত থাকিব ৷ পৰৰ বিচাৰ নকৰিব ৷ প্ৰেমত শুভ ৷
মিথুন ৰাশি: যুক্তিসূত্ৰৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ প্ৰেমৰ সম্পর্কক মনোযোগ দিব ৷ খং-ৰাগে সম্পর্কত প্ৰভাৱ পেলাব পাৰে ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷
কৰ্কট ৰাশি: চিন্তাধাৰা উন্নত হʼব ৷ ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷ কৰ্মজীৱনত ভাল পদোন্নতি লাভ কৰিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ সফল হʼব ৷
সিংহ ৰাশি: টকা-পইচা ৰাহি হ’ব ৷ লক্ষ্যত সফল হʼব ৷ লাভ বৃদ্ধি ৷ সৰু যাত্ৰা হʼব পাৰে ৷ দিনটো আনন্দৰে পাৰ হʼব ৷ বন্ধু আৰু পৰিয়ালৰ লগত সম্পর্ক ভাল হ’ব ৷
কন্যা ৰাশি: নিজৰ ওপৰত বিশ্বাস ৰাখিলে লক্ষ্যত সফল হ’ব ৷ গৌৰৱ অৰ্জন কৰিব ৷ চিন্তাধাৰাবোৰ প্ৰায় ভাল হʼব ৷