অসম

assam

ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল

By

Published : Oct 30, 2021, 12:11 AM IST

মেষ ৰাশি :দিনটো শুভ ৷ সন্তানৰ যতন লওক ৷ ভ্ৰমণ বাতিল কৰক ৷

বৃষ ৰাশি :খৰচ বৃদ্ধি ৷ মানসিক অশান্তি হʼব পাৰে ৷ নতুন কাৰ্মত লাভাম্বিত ৷

মিথুন ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক ৷ সন্তানৰ যতন লওক ৷

কৰ্কট ৰাশি : দিনটো মধ্যমীয়া ৷ স্বাস্থ্যৰ অৱনতি ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল হʼব ৷

সিংহ ৰাশি :দিনটো শুভ ৷ ন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ আয়-ব্যয় বৃদ্ধি ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, সফল হʼব ৷

কন্যা ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷ আবেলি প্ৰায় ভাল হʼব ৷ ধন-সম্পত্তিৰ পৰা অধিক আমদানি হʼব ৷

তুলা ৰাশি : প্ৰতিভাৰ সদ-ব্যৱহাৰ কৰক ৷ নিজৰ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল ৷

বৃশ্চিক ৰাশি : খেলুৱৈ, অভিযন্তা সকলৰ বাবে শুভ দিন ৷ নিজৰ ভালৰ হকে চিন্তা কৰক ৷ লক্ষ্যত সফল ৷

ধনু ৰাশি : আজি কোনো লাভ বা ক্ষতি নাই ৷ বন্ধুৰ সৈতে সম্পৰ্ক ভাল ৷ প্ৰেমত শুভ ৷

মকৰ ৰাশি : নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ ব্যৱসায় কৰিলে সফলতা লাভ হʼব ৷ শিক্ষার্থী সকলৰ বাবে উত্তম দিন ৷ শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন ৷

কুম্ভ ৰাশি :দিনটো শুভ ৷ লক্ষ্যত সফল ৷ ব্যৱসায় বৃদ্ধি, লাভাৰ্জন ৷ বিবাহিত জীৱন সুখৰ ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সৰু ভ্ৰমণলৈ যাব পাৰে ৷ ৰাতিৰ খানা ভাল হʼব ৷

মীন ৰাশি : দিনটো প্ৰায় শুভ ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ প্ৰেমত শুভ ৷ বন্ধুবৰ্গৰ সৈতে পাৰ্টি হ’ব পাৰে ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাৰ পৰা আঁতৰাই ৰাখাক ৷

ABOUT THE AUTHOR

...view details