অসম

assam

By

Published : Jun 30, 2022, 5:31 AM IST

ETV Bharat / bharat

Daily Horoscope for 30th June: আজি দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজি দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

daily-horoscope-for-30th-june
আজি দিনটোৰ ৰাশিফল

মেষ ৰাশি: কৰ্ম-ব্যৱসায়ত সতৰ্ক থাকিব ৷ লক্ষ্যত সফল হʼব ৷ বন্ধুৰ লগত তৰ্ক হ’ব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷

বৃষ ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলেও ফল নাপাব পাৰে ৷ এলেহুৱা-নিৰুৎসাহী হৈ পৰিব পাৰে, ইয়ে কর্মক প্ৰভাৱান্বিত কৰিব ৷ যুক্তিৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ দিনটো খেলিমেলি হʼব পাৰে ৷

মিথুন ৰাশি: কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ ভাগ্য ভাল ৷ ধন উপাৰ্জন কৰিব ৷

কৰ্কট ৰাশি: আৱেগিক হৈ পৰিব ৷ কৰ্মত বেছি মনোযোগ দিব হʼব ৷ লক্ষ্যত সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ কৰ্ম জীৱনত বন্ধু লাভ কৰিব ৷

সিংহ ৰাশি: জ্যেষ্ঠৰ পৰা পৰামৰ্শ লʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলেও ফল নাপাব পাৰে ৷ হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ ধৈৰ্যশীল হ’লে লাভৱান হ’ব ৷ খং-ৰাগে সম্পর্কত প্ৰভাৱ পেলাব ৷ কর্মত শান্ত হৈ থাকিব ৷

কন্যা ৰাশি: কর্ম ব্যস্ততাই ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্যত সফল হʼব ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷

তুলা ৰাশি: পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমত শুভ ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷ কর্মত শান্ত হৈ থাকিব ৷ ধৈৰ্যশীল হ’লে লাভৱান হ’ব ৷

বৃশ্চিক ৰাশি: কৰ্ম ব্যস্ততা বৃদ্ধি পাব ৷ ইয়ে ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ কর্ম শান্ত হৈ থাকি কৰিব ৷ খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত দিনটো আনন্দৰে পাৰ হʼব ৷

ধনু ৰাশি: আনক নিন্দা আৰু নিৰুৎসাহী, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকিব ৷ কর্ম ব্যস্ততাই ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷

মকৰ ৰাশি: কৰ্ম ব্যস্ততা বৃদ্ধি, ইয়ে ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ দিনটো আশাৰ আৰু আনন্দৰ দিন হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷

কুম্ভ ৰাশি: পৰিয়াল আৰু বন্ধুৰ লগত সম্পৰ্ক ভাল হ’ব ৷ প্ৰেমত শুভ ৷ শুভ দিন ৷ সফল হ’ব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷

মীন ৰাশি: মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখিলে দিনটো ভাল হʼব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷ ভাগ্য ভাল ৷ ধন উপাৰ্জন কৰিব ৷

ABOUT THE AUTHOR

...view details