অসম

assam

ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল

By

Published : Oct 2, 2021, 12:02 AM IST

মেষ ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ কৰ্মত মনোযোগ দিয়ক ৷ কৰ্ম জীৱন সুখৰ ৷ ভ্ৰমণৰ যোগ ৷ ড্ৰাইভ সাৱধানে কৰিব ৷

বৃষ ৰাশি : দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমত শুভ ৷ বিবাহৰ যোগ ৷

মিথুন ৰাশি : আবেগৰ বশৱৰ্তী নহ’ব ৷ ধৈৰ্যসহকাৰে কৰ্ম সম্পাদন কৰক ৷ পৰিয়ালৰ সৈতে তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খং-ৰাগক নিয়ন্ত্ৰণ কৰক ৷ জ্যেষ্ঠ জনৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক ৷ সন্তানৰ যতন লওক ৷

কৰ্কট ৰাশি :দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পর্ক উন্নত ৷ কৰ্ম জীৱনত পদোন্নতি ৷ প্ৰেম সম্পর্কত মনোযোগ দিয়ক ৷ দিনটোৰ বিশেষকৈ সন্ধিয়াৰ সময়খিনি অতি শুভ ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

সিংহ ৰাশি : দিনটো প্ৰায় শুভ ৷ কৰ্মত সফল ৷ প্ৰশংসা লাভ ৷

কন্যা ৰাশি : কৰ্মত মনোযোগ দিয়ক ৷ প্ৰেমত শুভ ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত ৷ সন্ধিয়াটো প্ৰেমৰ লগত কটাব ৷

তুলা ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ মানসিক অশান্তি হোৱাৰ সম্ভাৱনা ৷ সতৰ্কতা অৱলম্বন কৰক ৷

বৃশ্চিক ৰাশি :দিনটো শুভ ৷ মধুৰ বাক্যই ভাল কৰ্ম কৰিবলৈ উৎসাহিত কৰিব ৷ ভাগ্য ভাল ৷ ব্যৱসায় কৰিলে সফল হ’ব ৷

ধনু ৰাশি :দিনটো শুভ ৷ পৰিশ্ৰমৰ ফল লাভ ৷ গ্ৰহৰ স্থান শুভ ৷

মকৰ ৰাশি : দিনটো শুভ ৷ পৰিশ্ৰমৰ ফল লাভ ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ পৰিশ্ৰমৰ ফল লাভ ৷

মীন ৰাশি : দিনটো শুভ ৷ ব্যৱসায়ত শুভ ৷ বন্ধু বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

ABOUT THE AUTHOR

...view details