মেষ ৰাশি: নিজৰ যত্ন লওক ৷ মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ পিতৃ-মাতৃৰ শৰীৰৰ বাবে চিন্তাত থাকিব ৷ নিজৰ সমস্যাবোৰ আনৰ আগত নক’ব ৷ গাড়ী লাহে লাহে চলাব ৷ পানীৰ পৰা অলপ আঁতৰত থাকিব ৷ সফলতা লাভ কৰিব ৷
বৃষ ৰাশি: ভাগ্য ভাল ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ প্ৰিয়জনক উপহাৰ দিব পাৰে ৷
মিথুন ৰাশি: এটা গতানুগতিক দিন ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ ভাগৰ অনুভৱ কৰিব ৷ দিনৰ প্ৰথম ভাগত কামত বাধাৰ সৃষ্টি হ’ব ৷ প্ৰেমত শুভ ৷
কৰ্কট ৰাশি:গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ সৌভাগ্যৱান হ’ব ৷ বিশ্বাস ৰাখিলে কামত উন্নতি কৰিব পাৰিব ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত সময় কটাব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷
সিংহ ৰাশি: আনৰ কথাত বেছি মন নিদিব ৷ কাৰো ওপৰত খং নকৰিব ৷ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক ৷ আইন সংক্ৰান্তীয় কামৰ পৰা আঁতৰত থাকক ৷ খৰচ বাঢ়িব ৷ ধ্যান কৰি মনক শান্ত কৰিব পাৰিব ৷
কন্যা ৰাশি: দিনটো আশাবোৰ পূৰণ হ’ব ৷ সফলতা লাভ কৰিব ৷ পৰিয়াল বা বন্ধুৰ লগত সম্পৰ্ক ভাল হ’ব ৷ সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব ৷ লাভ বৃদ্ধি ৷