মেষ ৰাশি : দিনটো শুভ ৷ স্বাস্থ্যৰ যতন লওক ৷ প্ৰেমত শুভ ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷
বৃষ ৰাশি : দিনটো শুভ ৷ সৌন্দৰ্য চৰ্চাত মনোযোগ দিয়ক ৷ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ খৰচ হ’ব পাৰে ৷ পৰিয়ালৰ সৈতে সৰু ভ্ৰমণ হ’ব পাৰে ৷ নিশাৰ আহাৰ ভাল হ’ব ৷ দিনটো প্ৰায় আনন্দময় হʼব ৷
মিথুন ৰাশি : দিনটো প্ৰায় শুভ ৷ ভাগ্য ভাল ৷ লক্ষ্যত সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি লাভ ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ দিনটোৰ বিশেষকৈ সন্ধিয়া সময়খিনি অতি শুভ হʼব ৷
কৰ্কট ৰাশি :খং-ৰাগ পৰিহাৰ কৰক ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ বাদ-বিবাদ নকৰিব ৷ নিজৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লওক ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷
সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ নিজৰ ওপৰত ভৰষা ৰাখক ৷ লক্ষ্যত প্ৰায় সফল ৷
কন্যা ৰাশি :কর্মত ব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰসৈতে সম্পর্ক উন্নত ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷