মেষ ৰাশি: বিচাৰধাৰা উন্নত হʼব ৷ সফল হʼব ৷ ধৈৰ্য্যশীল হৈ কাম কৰিলে লাভৱান হ’ব ৷ প্ৰেমত শুভ ৷
বৃষ ৰাশি: দিনটো বৰ ভাল নাযাব ৷ সকলো ধৰণৰ দুশ্চিন্তাই আগুৰি ধৰিব ৷ শাৰীৰিক সমস্যাত ভুগিব পাৰে ৷ প্ৰিয়জনৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে ৷ ব্যয় বৃদ্ধি ৷ বিশৃংখল পৰিস্থিতিক এৰাই চলিবলৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ ভাবি ল’ব ৷
মিথুন ৰাশি: খং-ৰাগে কৰ্মজীৱনত প্ৰভাৱ পেলাব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহ দিয়া, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকিব ৷ আনক বিচাৰ নকৰিব ৷
কৰ্কট ৰাশি: নতুন দায়িত্ব লাভ কৰিব ৷ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ কর্ম ব্যস্ততা বৃদ্ধি ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ প্ৰেমত শুভ ৷
সিংহ ৰাশি: মানসিক আৰু আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ কাৰো আগত মনৰ দুশ্চিন্তা প্ৰকাশ নকৰিব ৷ প্ৰেমত শুভ ৷ বিচাৰধাৰা উন্নত হʼব ৷
কন্যা ৰাশি: ভয়, নিৰাপত্তাহীন আৰু অনিশ্চয়তাৰে দিনটো পাৰ হ’ব ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ কৰিব ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷