মেষ ৰাশি :দিনটো প্ৰায় শুভ ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব ৷ প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ শিক্ষার্থী সকলৰ বাবে শুভ দিন ৷ সন্তানৰ যতন লওক ৷
বৃষ ৰাশি :দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নিজৰ ব্যৱসায়ত মনোযোগ দিয়ক ৷ জীৱনত সফলতা লাভ ৷
মিথুন ৰাশি : আপোনাৰ শান্ত বা মধুৰ ভাষ্যই আনক উৎসাহিত কৰিব ৷ ধ্যান বা যোগাসন কৰক ৷ প্ৰেমত শুভ ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷
কৰ্কট ৰাশি : কৰ্ম-ব্যস্ততা বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব পাৰে ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ সন্তানৰ অসফলতাৰ বাবে নিৰুৎসাহিত হৈ পৰিব পাৰে ৷
সিংহ ৰাশি : নিজৰ মনৰ শুনিব ৷ প্ৰেমত মনোযোগ দিয়ক ৷ চৰকাৰী প্ৰকল্পত সফলতা লাভ ৷ নতুনকৈ ব্যৱসায় কৰিব পাৰে ৷
কন্যা ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যি ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ সন্তানৰ অসফলতাৰ বাবে নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷