মেষ ৰাশি:পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত ৷ এই কাৰ্যৰ দ্বাৰা কৰ্মত প্ৰভাৱৰ সম্ভাৱনা ৷ চাই-চিতি খৰচ কৰক ৷ ব্যয় হ্ৰাস ৷
বৃষ ৰাশি:খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ বহু ব্যক্তিৰ লগত বন্ধুত্বপূৰ্ণ সংযোগৰ সম্ভাৱনা ৷ নতুন পৰিকল্পনা নকৰিব ৷ দিনটো প্ৰায় শুভ ৷
মিথুন ৰাশি:সফলতা বিচাৰি চিন্তিত হোৱাৰ সম্ভাৱনা ৷ কঠিন পৰিস্থিতি স্বত্বেও মনোবল অটুট ৰাখক ৷ কর্মত মনোযোগ দিব ৷ জীৱনত সুখী হ'ব ৷
কৰ্কট ৰাশি:দিনটো শুভ ৷ কিছু পৰিমাণে চিন্তান্বিত হৈ থাকিব ৷ বিপদৰ আশংকা ৷ স্বাস্থ্য তথা খোৱা-বোৱাত যত্ন ল’ব ৷
সিংহ ৰাশি:পুৰণি প্ৰেম ঘূৰাই পোৱাৰ সম্ভাৱনা ৷ পত্নীৰ ক্ষেত্ৰত উপহাৰ লাভৰ সম্ভাৱনা ৷ আৰ্ট আৰু নতুন বিষয়ত অধ্যয়নৰ প্ৰতি আগ্ৰহ প্ৰকাশ ৷
কন্যা ৰাশি:দিনটো শুভ৷ নিজৰ বাবে উচিত সিদ্ধান্ত গ্ৰহণ ৷ আনৰ পৰা পৰামৰ্শ নল'ব ৷ খং-ৰাগ পৰিহাৰ কৰক ৷