মেষ ৰাশি : সফলতা অৰ্জন ৷ শুভ দিন ৷ ধন লাভ ৷ আজি আপুনি কৰ্ম পৰিহাৰ কৰি আৰাম কৰিব ৷ কৰ্মত মনোযোগ দিলে সফলতা অৰ্জন ৷ কঠোৰ পৰিশ্ৰমৰ ফলত সুফল লাভ ৷
বৃষ ৰাশি : বিবাহৰ সংযোগ ৷ প্ৰেমত শুভ ৷ বিবাহিত আৰু অবিবাহিতৰ বাবে শুভ দিন ৷ ৰোমাঞ্চকৰ দিন ৷ ব্যৱসায়ত উন্নতি ৷
মিথুন ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফলত সুফল লাভ ৷ চিন্তামুক্ত হ'ব ৷ সহকৰ্মীৰ পৰা সহযোগিতা লাভ ৷ স্বাস্থ্য ভালে থাকিব ৷ বৈবাহিক জীৱনত অসুবিধাৰ সন্মুখীন হ'ব পাৰে ৷ পৰিয়াল আৰু বন্ধুৰ সৈতে সময় কটাব ৷ জনপ্ৰিয়তা বৃদ্ধি ৷
কৰ্কট ৰাশি : খং-ৰাগৰ বাবে কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে ৷ পৰচৰ্চাৰ পৰা বিৰত থাকক অন্যথা বিপদত পৰিব পাৰে ৷ প্ৰতিভা বিকাশ ৷
সিংহ ৰাশি :সৌন্দৰ্য্যৰ চৰ্চা ৷ খৰচ বৃদ্ধি ৷ নতুন পোছাক পৰিধান কৰিব ৷ খৰচ বৃদ্ধি ৷ ভাগ্যৰ উদয় ৷
কন্যা ৰাশি : সামাজিক জীৱনত জনপ্ৰিয়তা বৃদ্ধি ৷ কষ্টৰ ফল লাভ ৷ ভ্ৰমণৰ যোগ ৷ নতুন বাহন ক্ৰয় কৰিব পাৰে ৷ বাদ-বিবাদবোৰ আওকাণ কৰিব ৷ ব্যৱসায়ত উন্নতি ৷
তুলা ৰাশি : শুভ দিন ৷ পৰিয়ালৰ সৈতে সময় কটালে আনন্দ লাভ কৰিব ৷ কৰ্মক্ষেত্ৰৰ সহকৰ্মীৰ সহযোগিতা লাভ ৷ অফিচৰ পাৰ্টীত আপোনাৰ সুন্দৰ সাজ-পাৰে সকলোকে মোহিত কৰিব ৷ সুখবৰ লাভ কৰিব পাৰে ৷ প্ৰিয়জনৰ সৈতে সময় কটাব ৷
বৃশ্চিক ৰাশি : স্বাস্থ্য ভালে থাকিব ৷ পৰিয়ালৰ সৈতে সময় কটালে আনন্দ লাভ কৰিব ৷ পৰিশ্ৰমৰ ফল লাভ ৷ খৰচ বৃদ্ধি ৷
ধনু ৰাশি :দিনটো শুভ ৷ আপোনাৰ হাতত যি আছে তাতে সন্তুষ্ট থাকক ৷ আইনী ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক ৷ হাতলৈ অহা ধন হেৰুৱাব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ক ৷ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তিক হৈ পৰিব পাৰে ৷
মকৰ ৰাশি : পৰিয়াল আৰু বন্ধুৰ সৈতে সময় কটাব ৷ প্ৰিয়জনৰ সৈতে সময় কটাব ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ ছাত্ৰ-ছাত্ৰীৰ বাবে শুভ দিন ৷ স্বাস্থ্য ভালে থাকিব ৷
কুম্ভ ৰাশি :বাদ-বিবাদবোৰ আওকাণ কৰক ৷ খং-ৰাগ পৰিত্যাগ কৰক ৷ পৰচৰ্চাৰ পৰা বিৰত থাকক অন্যথা বিপদত পৰিব পাৰে ৷ কৰ্ম ত্যাগ কৰি আৰাম কৰিব ৷
মীন ৰাশি : দায়িত্বভাৰ গ্ৰহণ কৰিব ৷ সফলতা অৰ্জন ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লাভ কৰিব ৷ ব্যক্তিগত জীৱন সুখময় হ'ব ৷