মেষ ৰাশি : সন্তানৰ যতন লওক ৷ বন্ধুৰ সৈতে পাৰ্টি হ’ব পাৰে ৷ প্ৰতিযোগিতা মূলক পৰীক্ষাত সফলতা লাভ ৷ পেশাদাৰী কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷
বৃষ ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে ৷ অৱশ্যে কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ প্ৰশংসা লাভ ৷ নতুনকৈ ব্যৱসায় কৰিব পাৰে ৷ জ্যেষ্ঠ জনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷
মিথুন ৰাশি :আপোনাৰ শান্ত বা মধুৰ বাক্যই শ্ৰোতাক উৎসাহিত কৰিব ৷ ধ্যান বা যোগাসন কৰক ৷ প্ৰেমত শুভ ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷
ককৰ্ট ৰাশি : কৰ্ম-ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ পৰিয়ালৰ সৈতে তৰ্ক-বিতৰ্ক হʼব পাৰে ৷
সিংহ ৰাশি :দিনটো কিছু খেলি-মেলি হ’ব পাৰে ৷ যিকোনো নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে ৷ শান্ত হৈ কর্ম কৰক ৷
কন্যা ৰাশি :দিনটো মধ্যমীয়া ৷ কঠোৰ পৰিশ্ৰমৰ ফল হʼব ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ পৰিয়ালৰ সৈতে তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকক ৷