মেষ ৰাশি : দিনটো এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ খং-ৰাগ বৃদ্ধি ৷
বৃষ ৰাশি: কৰ্মব্যস্ততা বৃদ্ধি ৷ ভ্ৰমণ নকৰাই ভাল ৷ খোৱা-বোৱাত নজৰ দিব ৷
মিথুন ৰাশি:গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ দিনটো আনন্দময় হ’ব ৷ মানসিক শান্তি লাভ কৰিব ৷
ককৰ্ট ৰাশি: প্ৰেমত ভাল ৷ বিয়া সংযোগত সফল লাভ হʼব ৷ দিনটো প্ৰায় ভাল হʼব ৷ পৰিয়ালৰ লোকৰ লগত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খৰচ বৃদ্ধি ৷
সিংহ ৰাশি: স্বাস্থ্য ভালে থাকিব ৷ দিনটো আনন্দময় হʼব ৷ বন্ধু-বৰ্গৰ লগত সম্পর্ক ভাল হʼব ৷ লক্ষ্য সফল হʼব ৷
কন্যা ৰাশি: সফলতা লাভ ৷ পৰিশ্ৰমৰ ফল লাভ কৰিব ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হʼব পাৰে ৷