মেষ ৰাশি : দিনটো মধ্যমীয়া ৷ স্বাস্থ্যৰ যতন লওক ৷ নতুন কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ প্ৰেমত শুভ ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷
বৃষ ৰাশি : দিনটো মধ্যমীয়া ৷ লক্ষ্যত উপনীত হ’বলৈ হ’লে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজন ৷ বন্ধু আৰু প্ৰেমৰ সৈতে সম্পর্ক উন্নত ৷ পৰিয়ালৰ লগত সৰু ভ্ৰমণলৈ যাব পাৰে ৷ পৰিয়ালৰ সৈতে নিশাৰ আহাৰ গ্ৰহণৰ সম্ভাৱনা ৷ সুস্থিৰে গাড়ী চলাওক ৷
মিথুন ৰাশি : দিনটো প্ৰায় ভাল ৷ ভাগ্য ভাল ৷ লক্ষ্যত সফল ৷ কৰ্ম জীৱনত ভাল পদলৈ পদোন্নতি হʼব পাৰে ৷ কর্ম-ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ সন্ধিয়াটো শুভ ৷
কৰ্কট ৰাশি :আবেগৰ বশৱৰ্তী হ’ব পাৰে ৷ ইয়াৰ প্ৰভাৱ কৰ্মত পৰিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
সিংহ ৰাশি :নিজৰ ওপৰত ভৰসা ৰাখক, লক্ষ্য সফল ৷ নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷ কর্ম জীৱনত বিপদত পৰিব পাৰে ৷ সতৰ্ক হওক ৷
কন্যা ৰাশি :কর্মব্যস্ততা বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সম্পর্ক উন্নত ৷