মেষ ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ বাহিৰা খাদ্য পৰিহাৰ কৰক ৷ নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে নিশাৰ খানা ভাল হʼব ৷
বৃষ ৰাশি : দিনটো প্ৰায় শুভ ৷ ব্যৱসায়ত শুভ ৷ প্ৰশংসা লাভ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
মিথুন ৰাশি :দিনটো শুভ ৷ নিজৰ কর্মত মুক্ত অনুভৱ কৰিব ৷ পৰিয়ালৰ সৈতে সম্পর্ক উন্নত ৷ প্ৰশংসা লাভ ৷
কৰ্কট ৰাশি :আৱেগক নিয়ন্ত্ৰণ কৰক ৷ কৰ্ম জীৱনত ভাল সফলতা লাভ ৷ মনোৰঞ্জন মূলক কাৰণত খৰচ বৃদ্ধি ৷
সিংহ ৰাশি : ব্যৱসায়ত শুভ ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷
কন্যা ৰাশি :কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷ বন্ধু-বৰ্গৰ সৈতে দিনটো শুভ হʼব ৷