অসম

assam

By

Published : Jun 26, 2022, 5:00 AM IST

ETV Bharat / bharat

Daily Horoscope for 26th June: আজি দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজি দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

daily-horoscope-for-26th-june
আজি দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো খেলিমেলিৰে পাৰ হʼব ৷ খং-ৰাগে কৰ্ম জীৱনত প্ৰভাৱ পেলাব ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰত থাকিব ৷ সফল হʼব ৷

বৃষ ৰাশি: খং-ৰাগে কৰ্ম জীৱনত প্ৰভাৱ পেলাব ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰত থাকিব ৷ পৰক বিচাৰ নকৰিব ৷

মিথুন ৰাশি: যুক্তিসূত্ৰৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ প্ৰেমত মনোযোগ দিব ৷ খং-ৰাগে কৰ্ম জীৱনত প্ৰভাৱ পেলাব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷

কৰ্কট ৰাশি: চিন্তাধাৰাবোৰ ভাল হʼব ৷ ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷ কৰ্ম জীৱনত পদোন্নতি লাভ কৰিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ সফল হʼব ৷

সিংহ ৰাশি: সফল হʼব ৷ সহনশীল হৈ ধৈৰ্যৰে কামবোৰ কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে ভাল পৰিণাম পাব ৷ প্ৰশংসা লাভ ৷

কন্যা ৰাশি: সন্তানৰ সফলতাৰ বাবে দিনটো আনন্দময় হৈ পৰিব ৷ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ লাভ বৃদ্ধি ৷

তুলা ৰাশি: সফল হʼব ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ পদোন্নতি হʼব পাৰে ৷

বৃশ্চিক ৰাশি: কর্মত ভাল ফল লাভ কৰিব ৷ কর্মত মনোযোগ দিব ৷ ব্যৱসায়ত ধৈৰ্য নেহেৰুৱাব ৷ কঠোৰ পৰিশ্ৰম কৰিলে ফল লাভ কৰিব ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷

ধনু ৰাশি: মানসিক চিন্তা হʼব পাৰে ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মকৰ ৰাশি: যুক্তিসূত্ৰৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ সিদ্ধান্ত লওঁতে খেলিমেলি হʼব পাৰে ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ সফল হʼব ৷

কুম্ভ ৰাশি: নতুন ব্যক্তিক লগ পাব ৷ কর্ম ব্যস্ততাই ব্যক্তিগত জীৱনক ভাগৰুৱা কৰি তুলিব ৷ এলেহুৱা-নিৰুৎসাহী হৈ পৰিব পাৰে ৷ প্ৰেমত শুভ ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷

মীন ৰাশি: নতুন ব্যৱসায় আৰম্ভ নকৰিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷ সফল হʼব ৷

ABOUT THE AUTHOR

...view details