অসম

assam

ETV Bharat / bharat

Daily Horoscope for 26th January: আজিৰ দিনটোৰ ৰাশিফল - আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

Daily Horoscope for 26th January
আজিৰ দিনটোৰ ৰাশিফল

By

Published : Jan 26, 2022, 5:11 AM IST

মেষ ৰাশি: সৌন্দৰ্য্যৰ কথাত মনোযোগ দিব ৷ খৰচ বৃদ্ধি পাব পাৰে ৷ প্ৰেমত শুভ ৷ ভ্ৰমণ হʼব পাৰে ৷

বৃষ ৰাশি: শুভ দিন ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মিথুন ৰাশি: মানসিক আৰু আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ বন্ধুৰ আগত দুশ্চিন্তা প্ৰকাশ নকৰিব ৷ প্ৰেমত শুভ ৷

কৰ্কট ৰাশি: গুৰুত্বপূৰ্ণ দিন ৷ জটিল কাম সহজেই সম্পন্ন কৰিব ৷ লক্ষ্যত সফল হ’ব ৷ নিৰুৎসাহিত হৈ নপৰিব ৷

সিংহ ৰাশি: সফলতা লাভ কৰিব ৷ প্ৰতিযোগীৰ লগত জয়ী হ’ব ৷ ভাতৃ-ভগ্নীৰ লগত সম্বন্ধ উন্নত হ’ব ৷ নতুন ব্যবসায় আৰম্ভ কৰাৰ বাবে সুন্দৰ সময় ৷

কন্যা ৰাশি: শুভ দিন ৷ পাৰিবাৰিক সমস্যা দূৰ হ’ব ৷ উপাৰ্জন বৃদ্ধি পাব ৷ বেয়া চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখক ৷ প্ৰিয়জনক লগ কৰক ৷

তুলা ৰাশি: প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ ভাল লগা দিন হʼব ৷ সুনাম অৰ্জন কৰিব ৷ প্ৰেমত শুভ ৷

বৃশ্চিক ৰাশি: খং-ৰাগে সম্পর্কত প্ৰভাৱ পেলাব পাৰে ৷ শান্ত হৈ থাকিব ৷ তৰ্ক-বিতৰ্ক নকৰিব ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷

ধনু ৰাশি: খৰচ বৃদ্ধি হʼব পাৰে ৷ নতুন শিক্ষা অধ্যয়নৰ ইচ্ছা হʼব পাৰে ৷ ব্যৱসায়ত সফল হʼব ৷

মকৰ ৰাশি: সুনাম অৰ্জন কৰিব ৷ পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ কৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷

কুম্ভ ৰাশি: পৰিষ্কাৰ হৈ থাকিব ৷ শুভ দিন ৷

মীন ৰাশি: জিৰণি ল’ব পাৰে ৷ সফলতা লাভ কৰিব ৷ প্ৰেমত শুভ ৷ সৰু যাত্ৰা হʼব পাৰে ৷

ABOUT THE AUTHOR

...view details