মেষ ৰাশি :আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক হ'ব । নতুন যোগাযোগৰ ফলত সুফল লাভ । খৰচ বৃদ্ধিৰ সম্ভাৱনা । ব্যৱসায়ত সফল হ’ব পাৰে । বয়োজ্যেষ্ঠৰ পৰা সু-পৰামৰ্শ লাভ । সন্তানৰ উন্নতি । অকস্মাৎ সৌভাগ্যৰ উদয় হ’ব পাৰে । ভ্ৰমণৰ যোগ ৷
বৃষ ৰাশি : চাকৰিয়াল সকলৰ বাবে শুভ দিন ৷ সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব ৷ পদোন্নতি হ'ব পাৰে ৷ বৈবাহিক জীৱন আনন্দময় হ'ব ৷
মিথুন ৰাশি : শান্ত আৰু নম্ৰ বাক্যই কাৰোবাক উৎসাহিত কৰিব পাৰে । পৰিয়ালৰ পৰিচৰ্যাত বাধা আহিবলৈ নিদিব ৷ পৰিয়ালৰ যতন ল'ব কৰ্মক্ষেত্ৰত সুফল লাভ ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি ৷
কৰ্কট ৰাশি :দিনটো শুভ ৷ কৰ্মত মনোযোগ দিলে সফল হʼব ৷ কঠোৰ পৰিশ্ৰমৰ সুফল লাভ ৷ প্ৰশংসা লাভ ৷ ব্যৱসায়ীৰ বাবে শুভ দিন ৷ ধন লাভ ৷
সিংহ ৰাশি : বিপদত পৰিব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ নকৰিব পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কৰ্মত মনোযোগ দিব ৷ চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ কৰ্মত কঠোৰ পৰিশ্ৰম কৰিলে সুফল লাভ কৰিব ৷
কন্যা ৰাশি :প্ৰতিভা বিকাশ ৷ নিজৰ ওপৰত আশ্বাস ভৰসা ৰাখিলে সফল হ'ব ৷ আপুনি নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷