মেষ ৰাশি: যুক্তিৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ লক্ষ্যত সফল হʼব ৷ প্ৰেমত শুভ ৷ সৌন্দৰ্যৰ প্ৰতি মনোযোগ দিব ৷
বৃষ ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ দিনটো প্ৰায় ভাল হʼব ৷ খৰচ বৃদ্ধি ৷ প্ৰেমত শুভ ৷
মিথুন ৰাশি: নিজৰ ওপৰত ভাৰসা ৰাখিলে লক্ষ্যত সফল হ’ব ৷ সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব ৷ সহজতে নিৰুৎসাহিত হৈ নপৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ লাভ বৃদ্ধি ৷
কৰ্কট ৰাশি: দিন প্ৰায় ভাল ৷ সফল হʼব ৷ দিনটো পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ নাম আৰু সুনাম হʼব ৷ প্ৰেমত শুভ ৷
সিংহ ৰাশি: শাৰীৰিক সমস্যা হ’ব পাৰে ৷ মানসিক অশান্তিয়ে অসুবিধা দিব ৷ ধৰ্মত মন দিয়ক ৷ ইশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷
কন্যা ৰাশি: দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ দিনটো ভাল হʼব ৷ সফল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ কৰ্মত লক্ষ্যত উপনীত হ’ব ৷ ব্যৱসায়-কৰ্মত মনোযোগ দিব ৷ কৰ্ম-ব্যৱসায়ত সিদ্ধান্ত লওঁতে খেলিমেলি হʼব ৷ নিৰুৎসাহিত নহ’ব ৷ কৰ্মক্ষেত্ৰত মনোযোগ দিব ৷