মেষ ৰাশি: কথা কওঁতে সাৱধান, নহ’লে আপোনাৰ কথাই আনক মানসিক আঘাত দিব পাৰে ৷ প্ৰেমত শুভ ৷ বিয়াৰ বাবে উপযুক্ত সময় ৷ সফলতা লাভ কৰিব ৷ দিনটো প্ৰায় ভাল ৷
বৃষ ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলেও ফল নাপাব পাৰে ৷ আবেলি সৰু ভ্ৰমণ কৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ দিনটো প্ৰায় ভাল হʼব ৷
মিথুন ৰাশি: কর্ম ব্যস্ততা বৃদ্ধি ৷ কর্মত সৰু যাত্ৰা হʼব পাৰে ৷ ব্যৱসায়ত সফল হʼব ৷ বিয়াৰ বাবে উপযুক্ত সময় ৷
কৰ্কট ৰাশি: কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ প্ৰতিযোগিতাৰ পৰা আঁতৰত থকাই ভাল ৷ দিনটো প্ৰায় ভাল ৷ সফল হʼব ৷
সিংহ ৰাশি: মনৰ কথা শুনিব ৷ জীৱনৰ বহুতো ক্ষেত্ৰত সফল হʼব ৷ ঘৰটো নকৈ সজোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ দিনটো প্ৰায় ভাল ৷ সফল হʼব ৷
কন্যা ৰাশি:কথা কওঁতে সাৱধান, নহ’লে আপোনাৰ কথাই আনক মানসিক আঘাত দিব পাৰে ৷ টকা-পইচাৰ ক্ষেত্ৰত নিশ্চিত হʼব ৷ শুভ দিন ৷ দিনটো আনন্দপূৰ্ণ হ’ব ৷ প্ৰেমত শুভ ৷