মেষ ৰাশি :সক্ৰিয় দিন ৷ চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ কৰ্মক্ষেত্ৰত শুভ ৷ কঠোৰ পৰিশ্ৰমৰ সুফল লাভ ৷ ৰোমাঞ্চকৰ আৰু আনন্দময় দিন ৷
বৃষ ৰাশি : খং-ৰাগৰ বাবে আপোনাৰ কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে ৷ পৰচৰ্চাৰ পৰা বিৰত থাকক ৷ সাৱধানতা অৱলম্বন কৰক ৷
মিথুন ৰাশি : বিবাহৰ যোগ ৷ প্ৰেমত শুভ ৷ বিবাহৰ বাবে শুভ দিন ৷ ৰোমাঞ্চকৰ আৰু আনন্দময় দিন ৷ বিবাহিত দম্পত্তিৰ বাবে শুভ দিন ৷ পৰিয়ালৰ সৈতে ভ্ৰমণৰ যোগ ৷ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷ মানসিক অশান্তিত ভূগিব পাৰে ৷
কৰ্কট ৰাশি : কোনৰ লোকৰ সৈতে শক্তিশালী বান্ধোনত বান্ধ খাব পাৰে ৷ বন্ধুৰ সৈতে সময় পাৰ কৰক আনন্দ লাভ কৰিব ৷ চিনেমা বা খেলৰ দৰে বিনোদন কাৰ্য সম্পাদন ৷ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ নতুন কাৰ্য সম্পাদনৰ বাবে শুভ দিন ৷ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা ৷
সিংহ ৰাশি : হতাশ নহ'ব ৷ কঠোৰ পৰিশ্ৰমৰ সুফল লাভ ৷ ধৈৰ্য্যশীল হ'লে লাভৱান হ’ব ৷ খং-ৰাগৰ বাবে আপোনাৰ কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে ৷ কৰ্মক্ষেত্ৰত শান্ত থাকিব ৷
কন্যা ৰাশি : আজি আপুনি আৰাম কৰক কাৰ্য-কৰ্ম পৰিহাৰ কৰক ৷ শুভ কৰ্মত পলম নকৰিব ৷ বন্ধু-বৰ্গ আৰু প্ৰিয়জনৰ সৈতে সময় কটাব ৷ পৰিয়ালৰ সৈতে ভ্ৰমণৰ যোগ ৷ আনন্দময় দিন ৷