অসম

assam

By

Published : Jun 24, 2022, 5:10 AM IST

ETV Bharat / bharat

Daily Horoscope for 24th June: আজি দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজি দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

daily-horoscope-for-24th-june
আজি দিনটোৰ ৰাশিফল

মেষ ৰাশি: বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ সফল হʼব ৷ দিনটো খেলিমেলিৰে পাৰ হʼব ৷

বৃষ ৰাশি: পৰিয়ালৰ লগৰ তৰ্ক বিতৰ্ক হ’ব পাৰে ৷ কষ্ট কৰিলেও সফল হোৱাত ব্যৰ্থ হ’ব ৷ ধনৰ অভাৱে দেখা দিব ৷ বুদ্ধিৰে কামবোৰ কৰিব ৷

মিথুন ৰাশি: সফলতা লাভ কৰিব ৷ কৰ্মত মনোযোগ দিব ৷ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷

কৰ্কট ৰাশি: বন্ধু-বৰ্গৰ লগত সম্পৰ্ক ভাল হ’ব ৷ দিনটো ভাল হ’ব ৷ মানসিক চিন্তাই দেখা দিব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

সিংহ ৰাশি: প্ৰেমাভিনয় নকৰিব ৷ খং-ৰাগে সম্পর্কত প্ৰভাৱ পেলাব ৷ প্ৰেমত মনোযোগ দিব ৷ সফলতা লাভ কৰিব ৷

কন্যা ৰাশি: দিনটো ভয়, নিৰাপত্তাহীন আৰু অনিশ্চয়তাৰে পাৰ কৰিব ৷ জীৱনত ভাল বন্ধু লাভ কৰিব ৷ সতৰ্কতা অৱলম্বন কৰিব ৷

তুলা ৰাশি: লাভৱান হ’ব ৷ সন্তানৰ সাফল্যই আনন্দ দিব ৷ কৰ্ম জীৱনত পদোন্নতি লাভ কৰিব ৷ দৰমহা ভাল হʼব ৷

বৃশ্চিক ৰাশি: নতুন অধ্যয়ন প্ৰতি আগ্ৰহ জন্মিব ৷ হতাশা নহ’ব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব ৷ পৰিশ্ৰম কৰিলে সফল হ’ব ৷

ধনু ৰাশি: ব্যৱসায়ত সফল হʼব ৷ দিনটো ভাল হ’ব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷

মকৰ ৰাশি: দিনটো প্ৰায় হ’ব ৷ সফল হʼব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ ল’ব ৷ ব্যক্তিগত জীৱনত সুখী হ’ব ৷

কুম্ভ ৰাশি: ভাগ্য ভাল হʼব ৷ দিনটো প্ৰায় ভাল ৷ সফল হʼব ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ কৰিব ৷

মীন ৰাশি: গ্ৰহ প্ৰায় ভাল ৷ খৰচ বৃদ্ধি ৷ টকা-পইচা খৰচ সাৱধানে কৰিব ৷ নতুন অধ্যয়ন প্ৰতি আগ্ৰহ জন্মিব ৷

ABOUT THE AUTHOR

...view details