মেষ ৰাশি: দিনটো গতানুগতিকভাৱে চলি থাকিব ৷ দিনটো আনন্দৰে পাৰ কৰক ৷ গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ ৰাস্তাৰ লোভনীয় খাদ্য সম্ভাৰৰ পৰা আঁতৰি থাকক ৷ এই অভ্যাসে শৰীৰৰ ওপৰত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ৷ খৰচ বৃদ্ধি ৷ যোগাভ্যাসৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব পাৰিব ৷
বৃষ ৰাশি: ভাগ্য ভালে যাব ৷ শান্ত হৈ থাকিব ৷ আত্মবিশ্বাসৰ অভাৱ অনুভব কৰিব ৷ যিয়ে কৰ্মক্ষেত্ৰতো প্ৰভাব পেলাব ৷ পাৰিবাৰিক জীৱন সুন্দৰ হ’ব ৷
মিথুন ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ কথা কওতে সাৱধান হওক অৰু খঙক দমন কৰিবলৈ শিকক অন্যথা সকলো কাম বিফল হ’ব ৷ শৰীৰ ভালে নাথাকিব ৷ পৰিয়ালত ভুল বুজাবুজিৰ সৃষ্টি হ’ব ৷ পুত্ৰৰ লগত ভুল বুজাবুজি হ’ব পাৰে ৷ চকুৰ অসুখত ভুগিব পাৰে ৷ দুৰ্ঘটনা আৰু খৰচ হ’ব, গতিকে সাৱধানে থাকিব ৷
কৰ্কট ৰাশি: আশাবোৰ পূৰণ হ’ব ৷ ব্যবসায়ত উন্নতি কৰিব ৷ ধন বৃদ্ধি ৷ দিনটো আনন্দৰে দিন পাৰ কৰক ৷ পাৰিবাৰিক জীৱন সুন্দৰ হ’ব ৷
সিংহ ৰাশি: আত্মবিশ্বাস আৰু কামৰ প্ৰতি থকা হেঁপাহে উপযুক্ত ফল প্ৰদান কৰিব ৷ পদোন্নতি লাভ কৰিব ৷ পৈতিৃক সম্পতি লাভ কৰাৰ যোগ আছে ৷ সিংহৰ দৰে দক্ষতা দেখুৱাব পাৰিব ৷ ধনাগমনৰ উপযুক্ত সময় ৷ চৰকাৰীয়াল কামত সফল হ’ব ৷
কন্যা ৰাশি: দিনটো পাৰ্থনা আৰু ধৰ্মীয় কামেৰে আৰম্ভ কৰক আৰু মন্দিৰ দৰ্শন কৰক ৷ গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ বন্ধুক লগত দিনটো আনন্দৰে কটাওক ৷ সফলতা লাভ ৷ দূৰৰ পৰা সুসংবাদ আহিব পাৰে ৷