মেষ ৰাশি : দিনটো শুভ ৷ কৰ্মত মনোযোগ দিয়ক ৷ ভাগ্য ভাল ৷ কৰ্ম জীৱন উন্নত ৷ ভ্ৰমণৰ যোগ ৷ ড্ৰাইভ সাৱধানে আৰু সুস্থিৰে কৰিব ৷
বৃষ ৰাশি : দিনটো মধ্যমীয়া ৷ বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে ভাল বন্ধুত্ব স্থাপন হʼব ৷ প্ৰেমত শুভ ৷ বিবাহৰ যোগ ৷ বিবাহৰ সংযোগত সফলতা লাভ ৷ ভাগ্য প্ৰায় ভাল ৷
মিথুন ৰাশি :দিনটো কিছু কঠিন হ’ব ৷ আৱেগৰ বশৱৰ্তী নহ’ব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ কৰ্ম জীৱনত পৰিব ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ সন্তানৰ যতন লওক ৷
কৰ্কট ৰাশি :দিনটো শুভ ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নিজৰ কৰ্ম-ব্যৱসায় আৰু প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈতে পাৰ্টি হ’ব পাৰে ৷
সিংহ ৰাশি :দিনটো শুভ ৷ কৰ্ম জীৱন উন্নত ৷ প্ৰশংসা লাভ ৷
কন্যা ৰাশি : ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ৷ বন্ধু-বৰ্গ আৰু প্ৰেমাস্পদৰ সৈতে পাৰ্টি হ’ব পাৰে ৷ দিনটো প্ৰায় শুভ ৷ নিজৰ কৰ্ম-ব্যৱসায় আৰু প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷ সন্ধিয়া প্ৰেমাস্পদৰ সৈতে সময় কটাব ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত ৷