মেষ ৰাশি :পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হ’ব পাৰে ৷ কাৰ্যৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ খৰচৰ বৃদ্ধি ৷
বৃষ ৰাশি :যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ ভাগ্য ভাল যদিও দিনটো খেলি-মেলি হ’ব পাৰে ৷ কৰ্মত মনোযোগ দিয়ক ৷ যিকোনো ডাঙৰ সিদ্ধান্ত নল’ব ৷ ভুল হোৱাৰ সম্ভাৱনা অধিক ৷
মিথুন ৰাশি : কৰ্মত মনোযোগ দিয়ক ৷ লক্ষ্যত উপনীত হ’বলৈ যথেষ্ট পৰিশ্ৰম কৰা উচিত ৷
কৰ্কট ৰাশি :দিনটো নাৰীৰ বাবে সৌভাগ্যময় হʼব ৷ যিকোনো কামত সম্পত্তিৰ আৰু ঘৰৰ পৰা লাভৱান হʼব ৷ প্ৰশংসা লাভ ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷ কৰ্ম জীৱনত আনন্দময় ৷ ব্যৱসায়ত সফল, লাভাৰ্জন ৷
সিংহ ৰাশি : নতুন বিষয় অধ্যয়নৰ প্ৰতি ইচ্ছা হʼব পাৰে ৷ দিনটো ভাল আৰু সফলতাৰে ভৰা হʼব ৷ পৰিশ্ৰমেৰে ভাল লক্ষ্যত সফল হʼব ৷ গ্ৰহৰ স্থান ভাল ৷
কন্যা ৰাশি : দিনটো প্ৰায় শুভ ৷ অপৰিচিত লোকৰ পৰা আঁতৰত থাকক ৷ বিদেশী বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক গঢ়ি উঠিব পাৰে ৷ সেয়েহে সতৰ্কতা অৱলম্বন কৰাটো অতি প্ৰয়োজন ৷