মেষ ৰাশি :দিনটো শুভ ৷ গ্ৰহৰ স্থান ভাল ৷ প্ৰিয়জনৰ পৰা উপহাৰ লাভ কৰিব ৷ খৰচ বৃদ্ধি ৷ ভ্ৰমণৰ যোগ ৷ সন্তানৰ শুভ ৷
বৃষ ৰাশি :দিনটো শুভ ৷ পৰিশ্ৰমৰ ফল লাভ ৷ শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন ৷ নতুন বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ ৷
মিথুন ৰাশি : দিনটো শুভ ৷ ভ্ৰমণৰ যোগ ৷ নিজৰ হকে নিজে পদক্ষেপ গ্ৰহণ কৰক ৷ আনৰ পৰামৰ্শ গ্ৰহণ নকৰিব ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷
কৰ্কট ৰাশি : দিনটো প্ৰায় শুভ ৷ পৰিশ্ৰমৰ ফল লাভ ৷ ব্যক্তিগত জীৱন সুখৰ ৷
সিংহ ৰাশি : দিনটো প্ৰায় শুভ ৷ ধৈৰ্যৰে কৰ্ম সম্পাদন কৰক ৷ পৰিশ্ৰমৰ ফল লাভ ৷ প্ৰশংসা লাভ ৷
কন্যা ৰাশি : দিনটো প্ৰায় শুভ ৷ মন পচন্দৰ কাৰ্যই আনন্দিত কৰিব ৷ জ্যেষ্ঠ জনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন ৷ অধ্যয়নৰ প্ৰতি মনোযোগ বৃদ্ধি ৷
তুলা ৰাশি :দিনটো শুভ ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ কৰ্মত মনোযোগ দিয়ক ৷ লক্ষ্যত সফল ৷ ভাগ্য ভাল ৷
বৃশ্চিক ৰাশি : দিনটো মধ্যমীয়া ৷ ভ্ৰমণৰ যোগ ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷ সাৱধানতা অৱলম্বন কৰক ৷
ধনু ৰাশি :কৰ্ম ব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ যিজনে ধৈৰ্যশীল হয়, তেওঁ লাভৱান হ’ব ৷ যুক্তিসূত্ৰ চিন্তাধাৰাৰে যুঁজিবলৈ চেষ্টা কৰক ৷
মকৰ ৰাশি : দিনটো কিছু মিশ্ৰিত খেলি-মেলিৰ সৃষ্টি হ’ব পাৰে ৷ কৰ্মত অধিক মনোযোগ দিয়ক ৷ নতুন পৰিকল্পনা নকৰিব ৷ যিজনে ধৈৰ্যশীল হয়, তেওঁ লাভৱান হ’ব ৷
কুম্ভ ৰাশি : দিনটো অত্যন্ত শুভ ৷ গ্ৰহৰ স্থান ভাল ৷ পৰিয়ালৰ সৈতে আনন্দৰে সময় পাৰ কৰিব ৷ পৰিশ্ৰমৰ ফল লাভ ৷ জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷
মীন ৰাশি : দিনটো শুভ ৷ গ্ৰহৰ স্থান ভাল ৷ বিবাহৰ যোগ ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে ভ্ৰমণৰ যোগ ৷ ৰাতিৰ আহাৰ ভাল ৷