অসম

assam

ETV Bharat / bharat

Daily Horoscope for 20th February: আজিৰ দিনটোৰ ৰাশিফল - Know Your day with ETV Bharat Astrology

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

horoscope-for-20th-february-2022
Daily Horoscope for 20th February: আজিৰ দিনটোৰ ৰাশিফল

By

Published : Feb 20, 2022, 5:10 AM IST

মেঘ ৰাশি : কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ বন্ধু বা প্ৰিয়জনৰ লগত পাৰ্টি কৰিব পাৰে ৷ দিনটো প্ৰায় ভাল ৷ খৰচ বৃদ্ধি ৷ জীৱন যাপনৰ প্ৰণালীক সৰল কৰিব পাৰে ৷ ভাগ-বতৰাৰ ইচ্ছা ৷ প্ৰেমত শুভ ৷

বৃষ ৰাশি : গণেশৰ কৃপাত আপুনি জিলিকি উঠিব ৷ আপুনাৰ মিঠা মাত আৰু ব্যবহাৰেই আপোনাৰ চাৰিওকাষে থকা লোকসকলক প্ৰভাবিত কৰিব ৷ ব্যৱসায় অথবা চাকৰিৰ পৰীক্ষাত সফল হ’ব ৷ মনে বিচৰা মানুহৰ লগত মিত্ৰতা সূদৃঢ় হ’ব ৷ সুখানুভূতি কামত লগাব পাৰিব ৷ ধন লাভ ৷

মিথুন ৰাশি : আপুনি আপুনাৰ দৰেই থাকক ৷ যিকোনো ক্ষেত্ৰতে ভাবি চিন্তি সিদ্ধান্ত ল’ব ৷ মাতৃ বা পত্নীৰ লগত আপোনাৰ সম্বন্ধ বেয়া নহ’ব ৷ ভ্ৰমণ বাতিল কৰক ৷ অলপ দিন পানীৰ পৰা আঁতৰি থাকক ৷ মানসিক অশান্তি লাভ ৷

ককৰ্ট ৰাশি : খৰচ বৃদ্ধি ৷ টকা-পইচা খৰচ সাৱধানে কৰিব ৷ তথাপি পইচা জমা কৰিবলৈ চেষ্টা কৰক ৷ ফলত সময়ত অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷

সিংহ ৰাশি : আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ লক্ষ্য সফল হʼব ৷ বন্ধুৰ লগত কাজিয়া হ’ব পাৰে ৷ প্ৰেমত ভাল ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্য সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷

কন্যা ৰাশি : ভাল পৰামর্শ লাভ কৰিব ৷ নিজৰ কর্মত মনোযোগ দিয়ক ৷ নিজৰ মতে চলিলে সফল হʼব ৷ পৰিয়াল আৰু প্ৰেমত ভাল ৷

তুলা ৰাশি : দিনটো কঠিন হʼব পাৰে ৷ খেলিমেলি হʼব পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কাৰ্য-কর্মত প্ৰভাৱান্বিত হʼব ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ ব্যৱসায়ত সফল ৷ লাভ বৃদ্ধি ৷ কৰ্মত অধিক ব্যস্ত ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ হʼব ৷

বৃশ্চিক ৰাশি : দিনটো প্ৰায় ভাল ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ ল’ব ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব ।

ধনু ৰাশি : নতুন গ্ৰাহক লাভ কৰিব ৷ হতাশা নহব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্য্যশীল হয় তেওঁ লাভৱান হ’ব | হতাশা নহব, পুনৰ চেষ্টা কৰিব ৷ দিনটো প্ৰায় সফল হʼব ৷

মকৰ ৰাশি :বিবাহিতসকলৰ বাবে ভাল দিন ৷ প্ৰেমত ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা কৰিব পাৰে ৷ দিনটো আনন্দময় হʼব ৷ বিয়া আৰু সংযোগত সফল হʼব ৷

কুম্ভ ৰাশি : নিজৰ সৌন্দৰ্য্যৰ কথাত মনোযোগ দিব ৷ প্ৰেমত ভাল ৷ হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্য্যশীল হয় তেওঁ লাভৱান হ’ব ৷ কৰ্মজীৱনত অশান্তি ৷

মীন ৰাশি : দিনটো পৰিয়ালৰ লগতে প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ আত্মনিৰ্ভৰশীল ৷ শুভ দিন ৷ প্ৰেমত শুভ ৷ নিজৰ ওপৰত আশ্বাস ৰাখিব ৷ লক্ষ্যত সফল হ’ব ৷

ABOUT THE AUTHOR

...view details