মেষ ৰাশি : দিনটো শুভ ৷ কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ দিনটো শুভ ৷ ভাগ্য ভাল ৷ ভ্ৰমণৰ যোগ ৷
বৃষ ৰাশি :দিনটো শুভ ৷ ভাগ্য ভাল ৷ কৰ্ম-ব্যৱসায়ত শুভ ৷ প্ৰশংসা লাভ ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
মিথুন ৰাশি : দিনটো শুভ ৷ কৰ্মত সফল ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰশংসা লাভ ৷
কৰ্কট ৰাশি :ধৈৰ্যসহকাৰে সকলো সিদ্ধান্ত গ্ৰহণ কৰিব ৷ আবেগক নিয়ন্ত্ৰণ কৰিব ৷ দিনটো প্ৰায় শুভ৷ খৰচ বৃদ্ধি ৷
সিংহ ৰাশি : দিনটো শুভ ৷ কৰ্মত সফল ৷ প্ৰশংসা লাভ ৷
কন্যা ৰাশি : কৰ্ম ব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ খং-ৰাগৰ পৰিহাৰ কৰক ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷