মেষ ৰাশি: চিন্তাধাৰাবোৰ ভাল হʼব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷ দিনটো প্ৰায় ভাল ৷ ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷
বৃষ ৰাশি: চাকৰিয়ালসকলৰ কাৰণে শুভ ৷ নতুন কামত সফল হ’ব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷ কোনো অসমাপ্ত কাম সন্তোষজনকভাৱে সমাপ্ত হ’ব ৷ কৰ্মক্ষেত্ৰত অনুকূল পৰিৱেশে বিৰাজ কৰিব ৷
মিথুন ৰাশি: দিনটো আনন্দময় হʼব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ ল’ব ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ সফল হʼব ৷
কৰ্কট ৰাশি: ব্যৱসায়ত মনোযোগ দিব ৷ কৰ্ম-ব্যৱসায়ত সফল লাভ হʼব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ খৰচ বৃদ্ধি ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত দিনটো আনন্দৰে কটাব ৷
সিংহ ৰাশি: ব্যৱসায়ত লক্ষ্যত উপনীত হ’ব ৷ সফল হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷
কন্যা ৰাশি: দিনটো আনন্দময় হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ বিয়াৰ সংযোগত শুভ ৷ প্ৰেমত শুভ ৷ বিবাহিতসকলৰ বাবে ভাল দিন ৷