মেষ ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ নতুন কাম হাতত ল’ব পাৰে ৷ কৰিবলৈ পাব যি ভবিষ্যতে লাভ দেখুৱাব ৷ সিদ্ধান্ত গ্ৰহণত অসুবিধা হ’ব পাৰে ৷ কাৰো লগত অযথা তৰ্ক বিতৰ্ক নকৰিব, বিশেষকৈ মহিলাৰ লগত ৷ শান্ত থাকক আৰু আনন্দ কৰক ৷
বৃষ ৰাশি: শান্ত হৈ থাকিব ৷ সময় নষ্ট হ’ব ৷ স্থিৰ হওক আৰু এৰাধৰাৰ মাজেৰে চলক যাতে কামবোৰ সহজ হয় ৷ ভ্ৰমণৰ পৰিকল্পনা নকৰিব ৷ নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷
মিথুন ৰাশি: দিনটো আনন্দৰে পাৰ হ’ব ৷ লাভ বৃদ্ধি ৷ খৰচ বৃদ্ধি ৷ পৰিয়াল, বন্ধু আৰু সহকৰ্মীসকলৰ সহযোগিতা লাভ কৰিব ৷
কৰ্কট ৰাশি:দিনটো ভ্ৰম আৰু দুবিধাৰেই পাৰ হ’ব ৷ কোনো বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে অপেক্ষা কৰক ৷ কথা কওঁতে সাৱধান হওক ৷ পৰিয়ালৰ লোকৰ লগত মতভেদ হ’ব পাৰে ৷ ভুল বুজাবুজি নহ’বলৈ সিদ্ধান্তবোৰ ভালকৈ লওক ৷ খৰচ বৃদ্ধি ৷ শৰীৰৰ বিশেষভাৱে যত্ন লওক ৷
সিংহ ৰাশি: দিনটো সৌভাগ্যৰে ভৰি থাকিব ৷ প্ৰিয়জনৰ লগত বা বন্ধুৰ লগত সুন্দৰ ঠাইলৈ ফুৰিবলৈ যাব পাৰে ৷ লক্ষ্মী দেৱীৰ আৰ্শীবাদ লাভ কৰিব ৷ সম্পত্তি ক্ৰয় কৰিব পাৰে ৷ ব্যবসায়ত উন্নতি লাভ কৰিব ৷
কন্যা ৰাশি: শুভ দিন ৷ চাকৰি বা ব্যবসায়ত প্ৰচুৰ উন্নতি হ’ব ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷ পদ্দোন্নতি আৰু ধন লাভ হ’ব ৷ গ্ৰহৰ দশা অতি ভাল ৷ লাভ বৃদ্ধি ৷ শান্তিৰে দিনটো কটাব ৷ দিনটো সুকলমে পাৰ হ’ব ৷