মেষ ৰাশি :স্বাস্থ্যৰ যতন লওক ৷ জিৰণিৰ প্ৰয়োজন ৷ ধ্যান কৰক ৷ বিপদত পৰাৰ সম্ভাৱনা অধিক ৷ সাৱধানতা অৱলম্বন কৰক ৷ ধাৰ লোৱা আৰু দিয়াৰ ক্ষেত্ৰত কিছু সাৱধান হওক ৷ লাভৰ চমু পথ ত্যাগ কৰক ৷
বৃষ ৰাশি :দিনটো মধ্যমীয়া ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰক ৷ ভাগ্য ভাল ৷ জ্যেষ্ঠ জনৰ পৰা পৰামৰ্শ লওক ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
মিথুন ৰাশি : আৱেগৰ বশৱৰ্তী নহ’ব ৷ আবেগক নিয়ন্ত্ৰণ কৰক ৷ ধৈৰ্যৰে সকলো কথা বিবেচনা কৰক ৷
কৰ্কট ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ যদিও ব্যস্ত কাৰ্যসূচীৰ মাজতো আপোনজনক সময় দিব ৷ সন্ধিয়াটো প্ৰেমস্পদৰ সৈতে কটাব ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত ৷
সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ খৰচ বৃদ্ধি ৷ ভাগ্য ভাল যদিও নতুন কৰ্মত হাত নিদিব ৷
কন্যা ৰাশি :প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক ৷ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল ৷