মেষ ৰাশি :দিনটো শুভ ৷ লক্ষ্যত প্ৰায় সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুনকৈ কৰ্ম আৰম্ভ কৰিব পাৰে ৷ নিজৰ কৰ্মত মনোযোগ দিয়ক ৷
বৃষ ৰাশি : দিনটো কিছু খেলি-মেলি হ’ব পাৰে ৷ আনক শাসন নকৰিব ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ কৰা উচিত ৷ বহু ব্যক্তিৰ সৈতে বন্ধুত্ব স্থাপন হ’ব ৷ অৱশ্যে নতুন পৰিকল্পনা নকৰিব ৷
মিথুন ৰাশি :যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ কিন্তু বন্ধুৰ সৈতে তৰ্কত জড়িত হৈ পৰিব পাৰে ৷ প্ৰেমত শুভ ৷ সৌন্দৰ্য চৰ্চাত মনোযোগ দিয়ক ৷
কৰ্কট ৰাশি :নতুন বন্ধু লাভ ৷ মানসিক অশান্তি হ’ব পাৰে ৷ অৱশ্যে সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
সিংহ ৰাশি : নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগৰ প্ৰভাৱ কৰ্ম জীৱন আৰু ব্যক্তিগত জীৱনত পৰিব পাৰে ৷ প্ৰেমত শুভ ৷
কন্যা ৰাশি :দিনটো মধ্যমীয়া ৷ দিনটো ভয়, নিৰাপত্তাহীনতা আৰু অনিশ্চয়তাত ভুগিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷