অসম

assam

By

Published : Jun 18, 2022, 5:11 AM IST

ETV Bharat / bharat

Daily Horoscope for 18th June: আজি দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজি দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

Daily Horoscope for 18th June
Daily Horoscope for 18th June: আজি দিনটোৰ ৰাশিফল

মেষ ৰাশি: সক্ৰিয় দিন ৷ যুক্তিসূত্ৰৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ দিনটো খেলিমেলিৰে পাৰ হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷

বৃষ ৰাশি: খং-ৰাগে কৰ্মজীৱনত প্ৰভাৱ পেলাব ৷ আনক নিন্দা আৰু নিৰুৎসাহী, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকিব ৷ পৰৰ বিচাৰ নকৰিব ৷

মিথুন ৰাশি: বিয়াৰ বাবে উপযুক্ত সময় ৷ সফল হʼব ৷ প্ৰেমত ভাল ৷ পৰিয়ালৰ লগত সৰু ভ্ৰমণ কৰিব পাৰে ৷ দিনটো প্ৰায় ভাল হ’ব ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ সন্ধিয়া মানসিক চিন্তা হʼব পাৰে ৷ খৰচ বৃদ্ধি ৷

কৰ্কট ৰাশি: বন্ধুবৰ্গৰ লগত আনন্দৰে সময় কটাব ৷ সন্ধিয়া মন সলনি হ’ব পাৰে ৷ ক্ৰোধক নিয়ন্ত্ৰণ কৰি ৰাখক ৷ নতুন কাম আৰম্ভ নকৰিব ৷ দুৰ্ঘটনা হ’ব পাৰে ৷ সাৱধানতাৰে গাড়ী চলাওঁক ৷

সিংহ ৰাশি: হতাশা নহব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ ধৈৰ্যশীল হ’লে লাভৱান হ’ব ৷ খং-ৰাগে কৰ্মজীৱনত প্ৰভাৱ পেলাব ৷ কর্মত শান্ত হৈ থাকিব ৷

কন্যা ৰাশি: সফল হ’ব ৷ বন্ধুৰ লগত দিনটো আনন্দৰে পাৰ কৰিব ৷ পৰিয়ালৰ লগত সৰু ভ্ৰমণ কৰিব পাৰে ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷

তুলা ৰাশি: সৰু সৰু বিবাদক এৰাই চলক ৷ মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক, অসুস্থ হৈ পৰিব পাৰে ৷ সম্পত্তি বা মাটি আদিৰ দৰে আইনী বিষয়ত লেনদেন কৰোতে লক্ষ্য ৰাখিব আৰু সতৰ্ক হৈ চলক ৷ শিক্ষাৰ্থীসকলৰ বাবে শুভ ৷

বৃশ্চিক ৰাশি: পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক ৷ সন্ধিয়া সকলো অশান্তি দূৰ হ’ব ৷ কৰ্মজীৱনত ভাল বন্ধু লগ পাব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰিব ৷ খৰচ বৃদ্ধি ৷

ধনু ৰাশি: যুক্তিসূত্ৰৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ সফল হʼব ৷ কৰ্ম জীৱনত অশান্তি হʼব ৷ প্ৰেমত শুভ ৷

মকৰ ৰাশি:ভাগ-বতৰা কৰিব ইচ্ছা নহʼব ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হ’ব ৷ বিয়াৰ বাবে উপযুক্ত সময় ৷

কুম্ভ ৰাশি: খৰচ বৃদ্ধি ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হ’ব ৷ বন্ধুৰ লগত দিনটো আনন্দৰে পাৰ কৰিব ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷

মীন ৰাশি: লাভ বৃদ্ধি ৷ কামত অগ্ৰগতি লাভ কৰিব ৷ ঘৰুৱা পৰিৱেশ শান্ত হৈ থাকিব ৷ বন্ধুৰ লগত দিনটো আনন্দৰে পাৰ কৰিব ৷ সন্ধিয়া উদ্বিগ্নতা হ’ব পাৰে ৷ অত্যাধিক ব্যয় ৷ সতৰ্কতাৰে চলক ৷

ABOUT THE AUTHOR

...view details