মেষ ৰাশি: প্ৰেমত শুভ ৷ দিনটো আনন্দেৰে পাৰ হʼব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ খৰচ বৃদ্ধি ৷
বৃষ ৰাশি: চিন্তাশক্তি উন্নত হ’ব ৷ দিনটো প্ৰায় ভাল হʼব ৷ প্ৰেমাভিনয় নকৰিব ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰিব ৷ প্ৰেমত মনোযোগ দিব ৷ দিনটো আনন্দেৰে পাৰ হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
মিথুন ৰাশি: ভাগ্য ভাল ৷ অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লʼব ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ লাভ বৃদ্ধি ৷ যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷
কৰ্কট ৰাশি: নিজক সময় দিয়ক ৷ উৎসাহিত হʼব ৷ প্ৰেমত ভাল ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰিব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ খৰচ বৃদ্ধি ৷ দিনটো প্ৰায় ভাল হʼব ৷
সিংহ ৰাশি: কৰ্ম ব্যস্ততা বৃদ্ধি ৷ ব্যস্ততাই ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷
কন্যা ৰাশি: যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ লক্ষ্যত সফল হʼব ৷ প্ৰেমত শুভ ৷ সৌন্দৰ্য্য বৃদ্ধি কৰিবলৈ খৰচ বৃদ্ধি হ’ব ৷