মেষ ৰাশি :এলাহ ভাৱ পৰিহাৰ কৰক ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷
বৃষ ৰাশি :দিনটো কিছু কঠিন হ’ব ৷ কিছু সতৰ্কতা অৱলম্বন কৰক ৷ ভ্ৰমণ বাতিল কৰক ৷ শৰীৰৰ যতন লওক ৷ সঠিক সময়ত খাদ্য খাওক আৰু বিশ্ৰাম গ্ৰহণ কৰক ৷ ধ্যান কৰক ৷
মিথুন ৰাশি : দিনটো আপোনাৰ পক্ষত নাই ৷ কাৰো পৰামৰ্শ নল’ব ৷ দিনটো শান্ত হৈ থাকক ৷ আৰ্থিক স্থিতি অনুন্নত ৷ সাৱধানতা অৱলম্বন কৰক ৷
কৰ্কট ৰাশি : দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ আৰ্থিক স্থিতি উন্নত ৷ স্বাস্থ্য উন্নত ৷ ভ্ৰমণত শুভ ৷
সিংহ ৰাশি :দিনটো শুভ ৷ কৰ্ম জীৱনত পদোন্নতি লাভ ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ লক্ষ্যত সফল ৷ আৰ্থিক স্থিতি উন্নত ৷
কন্যা ৰাশি :দিনটো কিছু কঠিন হ’ব ৷ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰত থাকক ৷ স্বাস্থ্যৰ যতন লওক ৷ খং নিয়ন্ত্ৰণ কৰক ৷